• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিগত ৭২ টা বছৰে নিজৰাৰ পানী সেৱন কৰা ফফংগাবাসীয়ে নিৰ্বাচনত দিব প্ৰত্যুত্তৰ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
March 19, 2019 7:21 am
IMG_20190317_121350

নিজৰাৰ পানীৰে ফফংগাবাসীয়ে কটাই আহিছে জীৱন। ফটো : নৰ্থইষ্ট নাও

1k
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচন সমাগত। প্ৰত্যেকটো ৰাজনৈতিক দলৰ নেতা কৰ্মী এতিয়া ভোটাৰক আকৰ্ষণ কৰা কৌশল ৰচনাত ব্যস্ত।  কিন্ত পৰিতাপৰ বিষয়টো হ’ল ৰাজনৈতিক দলসমূহৰ প্ৰতিশ্ৰুতি অনুসৰি ভোটদান কৰি আজিলৈ চৰকাৰ তথা প্ৰশাসনৰ পৰা একো এটা পাবলৈ সক্ষম নহল ফফংগাবাসীয়ে।

গোৱালপাৰা জিলাৰ গোৱালপাৰা পূব বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত ফফংগা দ্বিতীয় খণ্ডৰ জনসাধাৰণে আজিও নিজৰাৰ লেতেৰা মলিয়ন পানী সেৱন কৰি থাকিব লগা হৈছে। আন সুবিধাৰ কথাতো দূৰতে, আজিলৈ পানীৰ সুবিধাকণো নাপালে তেওঁলোকে। খোৱা, কাপোৰ ধোৱা সকলোতে নিজৰাৰ পানী ব্যৱহাৰ কৰি চলি আছে ফফংগাবাসী।

অঞ্চলবাসী ৰাইজে অঞ্চলটোত খোৱা পানীৰ যোগানৰ বাবে বহুবাৰ আবেদন নিবেদন কৰি আহিছে যদিও বিগত ৪০/৫০ বছৰে চৰকাৰ প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহন নকৰিলে ৷

ইপিনে, স্থানীয় লোকে অভিযোগ কৰা অনুসৰি অঞ্চলটোত আজিলৈ কোনো বিধায়ক তথা সাংসদ আহিবলৈ আহৰি নাপালে। নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী থকা এইবাৰ ফফংগাৰ জনসাধাৰণে ২৩ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত নেতাসকলক উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd