• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2025 7:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৰালাৰ সাগৰীয় উপকূলত ডুব গৈছে এখন বিদেশী কণ্টেইনাৰ জাহাজ। এই ঘটনাক ৰাজ্যিক দুৰ্যোগ বুলি ঘোষণা কৰিছে কেৰালা চৰকাৰে।

জানিব পৰা মতে, জাহাজখনৰ কন্টেইনাৰৰ পৰা বিষাক্ত ৰাসায়নিক পদাৰ্থ সাগৰত মিহলি হ’ব পাৰে, যাৰ ফলত উপকূলীয় অঞ্চলত ক্ষতিকাৰক প্ৰভাৱ পৰিব পাৰে।

Apply Now

২৪ মে’ত লাইবেৰিয়াৰ পতাকা থকা এখন মালবাহী জাহাজ এম এছ চি এল এছ এ-৩ কেৰালাৰ উপকূলত ডুব গৈছিল। কেৰালাৰ ভিজিনজাম বন্দৰৰ পৰা কোচি অভিমুখে যাত্ৰা কৰি থকা অৱস্থাত বেয়া বতৰৰ সন্মুখীন হয় জাহাজখন। যাৰ বাবে ই ডুব যায়।

ঘটনাৰ লগে লগে ক’ষ্ট গাৰ্ডে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰি ৰাছিয়া আৰু ফিলিপাইনছকে ধৰি বিভিন্ন দেশৰ কমেও ২১ জন ক্ৰু সদস্যক নিৰাপদে উদ্ধাৰ কৰে।

কেৰালা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সম্পাদক টিংকু বিশ্বলে চৰকাৰী নিৰ্দেশনাত কয় যে এই দুৰ্ঘটনাটোৱে কেৰালাৰ ৫৯০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূলৰ বাবে পৰিৱেশ, সামাজিক আৰু অৰ্থনৈতিক দিশৰ পৰা ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে।

জাহাজখনৰ কাৰ্গো মেনিফেষ্টৰ মতে, ডুব যোৱাৰ সময়ত ৬৪০টা কণ্টেইনাৰ পানীত পৰি যায়। ইয়াৰে ১২টাত জ্বলনশীল বিপজ্জনক ৰাসায়নিক পদাৰ্থ আছিল। এতিয়ালৈকে কোল্লাম, তিৰুৱনন্তপুৰম আৰু আলাপ্পুজাৰ উপকূলত ৫৪টা কণ্টেইনাৰ উদ্ধাৰ কৰা হৈছে। প্ৰচণ্ড ঢৌৰ বাবে আৰু অধিক কণ্টেইনাৰ দক্ষিণ কেৰালাৰ উপকূললৈ উটি যাব পাৰে বুলি আশংকা কৰা হৈছে।

ইয়াৰ উপৰিও জাহাজখনত ৮৪.৪৪ মেট্ৰিক টন ডিজেল আৰু ৩৬৭ মেট্ৰিক টন অন্যান্য ইন্ধন তেল কঢ়িয়াই অনা বুলি জানিব পৰা গৈছে।

আনহাতে, তিৰুৱনন্তপুৰমৰ উপকূলত ইতিমধ্যে সৰু সৰু প্লাষ্টিক আৰু পলিথিনৰ দম জমা হৈছে। যাৰ ফলত মাইক্ৰ’প্লাষ্টিক প্ৰদূষণ বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি পাইছে। পৰিৱেশ সুৰক্ষাৰ বাবে কেৰালা চৰকাৰে স্বেচ্ছাসেৱক নিযুক্তি দি চাফাই অভিযান আৰম্ভ কৰিছে।

উপকূলীয় অঞ্চলত ক’ত কি ভাঁহি আছে ড্ৰ’ন কেমেৰাৰ সহায়ত নিৰীক্ষণ কৰা হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীকো এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

জাহাজ ধ্বংসপ্ৰাপ্ত অঞ্চলৰ ২০ নটিকেল মাইলৰ ব্যাসাৰ্ধৰ ভিতৰত মাছ ধৰাটো কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে। পৰিৱেশ বিশেষজ্ঞসকলৰ মতে সম্ভাৱ্য গেছ নিৰ্গমন আৰু তেলৰ ৰাসায়নিক মিশ্ৰণে সাগৰীয় জৈৱ বৈচিত্ৰ্যৰ ভয়াৱহ ক্ষতি কৰিব পাৰে।

মন কৰিবলগীয়া যে ৰাজ্যিক দুৰ্যোগ ঘোষণা কৰাৰ অৰ্থ হ’ল অনাগত দিনত কেৰালা চৰকাৰে এই সমস্যাৰ মোকাবিলা কৰিবলৈ বিশেষ পদক্ষেপ ল’ব পাৰে। সমস্যাটো সমাধানৰ বাবে প্ৰয়োজন সাপেক্ষে বিশেষ আৰ্থিক পেকেজো ঘোষণা কৰা হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

October 9, 2026 5:44 pm
সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

October 9, 2026 3:34 pm
মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

October 9, 2026 3:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

October 9, 2026 5:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd