• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অহা সপ্তাহত ভাৰত, আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াৰ শীৰ্ষ নেতৃত্বৰ মাজত হ’ব বৈঠক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 29, 2020 8:42 pm

1 min read

অহা সপ্তাহত ভাৰত, আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াৰ শীৰ্ষ নেতৃত্বৰ মাজত হ’ব বৈঠক
356
VIEWS
Share on FacebookShare on Twitter

ভাৰত, অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষস্থানীয় নেতৃত্বই অহা সপ্তাহত জাপানৰ ৰাজধানী টকিঅ’ত এক আলোচনাত অংশগ্ৰহণ কৰিব।

চাৰিওখন দেশৰ প্ৰতিনিধিয়ে কোভিড-১৯ৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত সহযোগিতা আদি দিশৰ ক্ষেত্ৰত আলোচনাত মিলিত হ’ব বুলিও জাপানৰ বৈদেশিক মন্ত্ৰী ট’ছিমিছু মোটেগীয়ে কয়।

আনহাতে, ভাৰত, অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত জাপানৰ বৈদেশিক মন্ত্ৰীৰ উপৰিও আমেৰিকাৰ চেক্ৰেটাৰী অফ ষ্টেট মাইক পম্পেয়ো, অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী মাৰিছ পাইন আৰু ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে অংশগ্ৰহণ কৰিব ।

উল্লেখযোগ্য যে, ভাৰত আৰু চীনৰ মাজত লাডাখ সীমান্তত উত্তেজনাই বিৰাজ কৰি থকাৰ সময়ত ভাৰত, আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকে যথেষ্ট তাৎপৰ্য্য বহন কৰিছে।

ইয়াৰ পূৰ্বেও আমেৰিকা আৰু ভাৰতৰ তৰফৰ পৰা এই চাৰিখন দেশৰ মাজত থকা কোৱাড গ্ৰুপৰ সক্ৰিয়তা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

 

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd