DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নামেৰি ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী গ্ৰেপ্তাৰ, অস্ত্ৰ জব্দ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 12, 2020 2:26 pm
nameri
2.6k
VIEWS
Share on FacebookShare on Twitter

নামেৰি ব্যাঘ্ৰ প্ৰকল্পৰ বন বিভাগৰ কৰ্মীয়ে ১১ ছেপ্তেম্বৰৰ পুৱা প্ৰায় ৬-৩০ বজাত এজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত চোৰাংচিকাৰী জনৰ নাম দয়া খাখলাৰী।

নামেৰিৰ বন বিষয়া দেৱশীষ বুঢ়াগোঁহায়ে প্ৰকাশ কৰা মতে অৰণ্যখনত নিয়মীয়া পহৰাৰ সময়তে চোৰাং চিকাৰী জনক কৰায়ত্ব কৰা হয়।

তেওঁক অবৈধভাৱে অস্ত্ৰ কঢ়িয়াই লৈ ফুৰা, অৰণ্যৰ মাজত প্ৰজ্বলক কঢ়িয়াই অনা আদিৰ অভিযোগত গ্ৰেপ্তাকৰ কৰা হৈছে।নামেৰি বনাঞ্চলৰ ১৪ মাইল অঞ্লৰ পৰা আটক কৰা চোৰাং চিকাৰী জনক বৰ্তমান জেৰা চলাই থকা হৈছে।

বন বিভাগৰ দলটোৱে লোকজনৰ পৰা দুটা  হস্ত নিৰ্মিত বন্দুক,এখন নাও জব্দ কৰিছে।

উল্লেখ্য নামেৰি বনাঞ্চলত বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ ৰ অধীনত সকলো ধৰণৰ জীৱ-জন্তুৰ চিকাৰ নিষিদ্ধ কৰা হৈছে।

ধৃত চোৰাং চিকাৰী জনৰ বিৰুদ্ধে বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ ৰ ধাৰা ৯,২৭,২৯,৩০,৩১,৩২,৩৫,৩৮ আদি আৰোপ কৰা হৈছে।

চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত বন বিভাগৰ বিষয়া অমৃত দলে আৰু ফৰেষ্টাৰ দীপ কলিতাই সহযোগ কৰে।

Recent News

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Shankar Mishra

জামিন পালে শংকৰে: বিমানত মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰা শংকৰ মিশ্ৰক জামিন দিল্লী আদালতৰ

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd