• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৱসৰপ্ৰাপ্ত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ পৰলোকপ্ৰাপ্তি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 5, 2021 12:28 pm

1 min read

Hiranya-Kumar_20180806-1-750x430
287
VIEWS
Share on FacebookShare on Twitter

অসম আন্দোলনৰ সময়ৰে পৰা অথবা তাৰো আগৰে পৰা অসমৰ সমাজ-ৰাজনীতিৰ সৈতে পৰিচিত হৈ পৰা লোক জন আজি আৰু নাই।

একালৰ বলিষ্ঠ কণ্ঠ হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ আজি মৃত্যু ঘটিছে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ।

বিশিষ্ট লেখক হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ  আজি পুৱা ৪-৩০ বজাত গুৱাহাটী মহানগৰীৰ নেমকেয়াৰ হাস্পাতালত মৃত্যু হয় ভট্টাচাৰ্যৰ।

বাৰ্দ্ধক্য জনিত ৰোগত আক্ৰান্ত হৈ তেওঁ  নেমকেয়াৰ হাস্পাতালত চিকিৎসাধীন হৈ আছিল ভট্টাচাৰ্য।

প্ৰাক্তন আই পি এছ বিষয়া  গৰাকীয়ে তেওঁৰ জাতীয়তাবাদী মনৰ বাবেই কেইবাবাৰো কাৰাবাসো খাটিব লগা হৈছিল।

চৰকাৰৰ এনে বৈষম্যৰ প্ৰতিবাদত আনকি তেওঁ আৰক্ষীৰ উচ্চ পদৰ পৰাও পদত্যাগ কৰিছিল।

হিৰণ্য কুমাৰ ভট্টাচাৰ্যই জাতীয় চেতনা জাগ্ৰত কৰিব পৰা বহু কেইখন গ্ৰন্থ ৰচনা কৰি থৈ গৈছে।তাৰ ভিতৰত এখন অন্যতম গ্ৰন্থ হৈছে ‘কাৰুদ্ধ জীৱনৰ বাকৰুদ্ধ কাহিনী’।

Recent News

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

Eyg727-VoAACecL-750x375

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্ষীয়ান ৰাজনীতিক ডাঃ ভূমিধৰ বৰ্মনৰ পৰলোকপ্ৰাপ্তি

COVID19-image-credit-Odishatv-750x375

চৰকাৰৰ শিথিলতাই পুনৰ কোভিড সংক্ৰমণৰ মূল কাৰণ; চিপিআই (এম)

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd