• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শ্ৰমিকৰ পৰিবহণ ব্যয়ৰ বাবে ৫ লাখ টকা দান দিব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 19, 2020 8:00 pm
index.jpgdfj
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ল’কডাউনৰ ফলত বহি:ৰাজ্যত আবদ্ধ হৈ থকা যিসকল একেবাৰে দুৰ্দশাগ্ৰস্ত শ্ৰমিক বাচেৰে অসমলৈ ঘূৰি আহিব বিচাৰিছে সেইসকলৰ সহায় কৰিব বিচাৰি মহানুভৱতাৰ পৰিচয় দিছে প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে৷

প্ৰাক্তন মুখ্যমন্ত্ৰীজনে পিতৃ-মাতৃৰ নামত থকা উষা-কমল গগৈ সোঁৱৰণী ট্ৰাষ্টৰ পৰা ৫ লাখ টকাৰ সাহায্য ঘোষণা কৰিছে৷

Apply Now

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ গগৈয়ে কয়, “বিশ্বব্যাপ্তি ক’ৰ’না মহামাৰীৰ প্ৰভাৱ ভাৰতবৰ্ষতো ব্যাপক হাৰত পৰিছে। জীৱন নিৰ্বাহৰ কাৰণে অসমৰ পৰা হাজাৰ হাজাৰ লোকে ভাৰতৰ বিভিন্ন ঠাইত গৈ কাম কৰি আছিল।”

”কিন্তু বৰ্তমান ক’ৰ’নাৰ বিভীষিকাৰ আতংকময় পৰিৱেশত এই দুৰ্ভগীয়া লোকসকলে জীৱিকা হেৰুওৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক অসমলৈ ঘুৰাই অনাৰ বাবে অসম চৰকাৰে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিফল হৈছে।” প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অভিযোগ।

দুদৰ্শাগ্ৰস্ত লোকৰ বিভিন্ন জনে মোক ব্যক্তিগতভাৱে তেওঁলোকক অসমলৈ ঘূৰাই আনিবলৈ সহায় কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ কৰিছে বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে৷

আনহাতে গগৈয়ে কয়, “তেওঁলোকক অসমলৈ বাচেৰে ঘুৰি আহিবলৈ যি অৰ্থৰ প্ৰয়োজন হ’ব তাৰ বাবে মোৰ পিতৃ-মাতৃৰ নামত থকা উষা-কমল গগৈ সোঁৱৰণী ট্ৰাষ্টৰ পৰা পাঁচ লাখ টকা আগবঢ়াইছো।”

দূৰ্দশাগ্ৰস্ত শ্ৰমিকসকলক অসমলৈ আহিবৰ বাবে বাছৰ খৰচৰ বাবদ এই ধনৰাশি ব্যৱহাৰ কৰা হ’ব বুলি কয় গগৈয়ে৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

October 7, 2026 7:49 am
নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

October 7, 2026 7:49 am
নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd