• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সঞ্জয় কাপুৰৰ ৩০ হাজাৰ কোটি টকাৰ পাৰিবাৰিক বিবাদ! মধ্যস্থতাত প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 7, 2026 5:53 pm
160
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ অন্যতম বৃহৎ কৰ্পৰেট আৰু পৰিয়ালৰ উত্তৰাধিকাৰ যুঁজ এইবাৰ আদালতৰ বাহিৰত সমাধান হ’ব। ৰাণী কাপুৰ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ মাজত ৩০ হাজাৰ কোটি টকাৰ সম্পত্তিৰ অধিকাৰৰ গোচৰত উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিছে। দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচুড়ক এই হাইপ্ৰফাইল বিবাদ নিষ্পত্তিৰ দায়িত্ব দিয়া হৈছে।

কিছুদিন পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে ৰাণীৰ পুত্ৰ প্ৰয়াত উদ্যোগপতি সঞ্জয় কাপুৰৰ সকলো বিদেশী বেংক একাউণ্ট ফ্ৰীজ কৰাৰ নিৰ্দেশ দিছিল। সঞ্জয়ৰ তৃতীয় পক্ষৰ পত্নী প্ৰিয়া সচদেৱ কাপুৰৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰি আদালতৰ কাষ চাপিছিল দ্বিতীয় পক্ষৰ (পত্নী কৰিশ্মা কাপুৰ) উদ্যোগপতিগৰাকীৰ দুই সন্তান সামাইৰা আৰু কিয়ান ৰাজ কাপুৰে।

Apply Now

ৰাণী কাপুৰ আৰু তেওঁৰ পুত্ৰ সঞ্জয়ৰ প্ৰাক্তন আৰু বৰ্তমানৰ পত্নী আৰু সন্তানৰ মাজত বিশাল অটোমোবাইল যন্ত্ৰাংশ নিৰ্মাণ কোম্পানী ‘ছ’না কমষ্টাৰ’ৰ উত্তৰাধিকাৰক লৈ দীৰ্ঘদিনীয়া বিবাদ চলি আহিছে।

যিহেতু এই বিবাদৰ পৰিমাণ কম-বেছি পৰিমাণে ৩০ হাজাৰ কোটি টকা, সেয়েহে ই দেশৰ ব্যৱসায়িক মহলত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আহিছে। উচ্চতম ন্যায়ালয়ত গোচৰটো অহাৰ পিছত ন্যায়াধীশসকলে অনুভৱ কৰিছে যে দীৰ্ঘদিনীয়া আইনী যুদ্ধতকৈ মধ্যস্থতাৰ জৰিয়তে এই গোচৰটো সমাধান কৰাটো অধিক ফলপ্ৰসূ হ’ব।

প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় নিৰপেক্ষ বিচাৰ আৰু জটিল আইনী জটিলতাসমূহ উন্মোচন কৰাৰ বাবে পৰিচিত। তেওঁৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি উচ্চতম ন্যায়ালয়ে তেওঁক এই স্পৰ্শকাতৰ পাৰিবাৰিক আৰু ব্যৱসায়িক বিবাদৰ মধ্যস্থতাকাৰী হিচাপে বাছি লৈছে। তেওঁৰ মূল লক্ষ্য হ’ব দুয়োপক্ষৰ দাবী শুনি সৰ্বসন্মতিক্ৰমে সমাধানত উপনীত হোৱা।

বজাৰ বিশেষজ্ঞসকলৰ মতে, ইমান ডাঙৰ কৰ্পৰেট পৰিয়ালত উত্তৰাধিকাৰ সম্পৰ্কে অনিশ্চয়তাই সংশ্লিষ্ট কোম্পানীসমূহৰ বিনিয়োগকাৰীসকলৰ মাজত উদ্বিগ্নতাৰ সৃষ্টি কৰে। ইয়াৰ প্ৰভাৱ ‘ছ’না কমষ্টাৰ’ৰ দৰে কোম্পানীৰ শ্বেয়াৰৰ মূল্যতো দেখা গৈছে। আদালতে নিৰ্দেশ দিয়া এই মধ্যস্থতাৰ ক্ষিপ্ৰ সমাধানে ব্যৱসায়িক স্থিতিশীলতা পুনৰুদ্ধাৰ কৰাত সহায় কৰিব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

August 4, 2026 11:31 am
৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

August 4, 2026 10:19 am
পাকিস্তানৰ ৩০ সন্ত্ৰাসবাদীক হত্যা’! ভাৰতীয় এজেণ্টৰ নিখুঁত অভিযান, লস্কৰ কমাণ্ডাৰৰ চাঞ্চল্যকৰ দাবী!

পাকিস্তানৰ ৩০ সন্ত্ৰাসবাদীক হত্যা’! ভাৰতীয় এজেণ্টৰ নিখুঁত অভিযান, লস্কৰ কমাণ্ডাৰৰ চাঞ্চল্যকৰ দাবী!

August 4, 2026 9:15 am
মেচ ফিক্সিঙৰ চেষ্টা, তদন্তৰ সময়ত প্ৰমাণ ধ্বংস! ৮ বছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ল এইগৰাকী ক্ৰিকেটাৰ

মেচ ফিক্সিঙৰ চেষ্টা, তদন্তৰ সময়ত প্ৰমাণ ধ্বংস! ৮ বছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ল এইগৰাকী ক্ৰিকেটাৰ

August 4, 2026 8:29 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

August 4, 2026 11:31 am
৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

August 4, 2026 10:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd