• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰীৰ আহ্বানত ম’মবাতি প্ৰজ্বলন মহম্মদ কাঈফৰ; ছ’চিয়েল মিডিয়াত মৌলানাৰ ধমক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 6, 2020 9:56 pm

1 min read

Kaif with wife Puja

পত্নীৰ সৈতে কাইফ

35.1k
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশবাসীলৈ ক’ৰ’নাৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ থিয় হোৱাৰ বাবে আহ্বান জনাই ৫ এপ্ৰিলত নিশা ৯ বজাত ৯ মিনিটৰ বাবে ঘৰৰ লাইট বন্ধ কৰি ঘৰৰ দুৱাৰ মুখ অথবা বেলকনিত চাকি, ম’ম, টৰ্ছ অথবা মোবাইলৰ ফ্লাছ জ্বলাবলৈ অনুৰোধ কৰিছিল।

প্ৰধান মন্ত্ৰীৰ অনুৰোধৰ প্ৰতি দেশৰ কোটি কোটি জনতাই সহাৰি দিছিল। ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ মহম্মদ কাঈফেও প্ৰধান মন্ত্ৰীৰ আহ্বান মৰ্মে ম’ম জ্বলাই আৰু সেই ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰে।

মহম্মদ কাঈফে পূজা কাঈফৰ সৈতে  ম’ম জ্বলোৱাৰ ভিডিঅ’ নিজৰ টুইটাৰত আপলোড কৰি লিখে, ‘‘দেশৰ চিকিৎসক, নাৰ্ছ, চেনিটাইজেশ্যন কৰ্মী, চৰকাৰী কৰ্মী, সংবাদ কৰ্মী, আৰ্মি তথা আৰক্ষী জোৱান সকললৈ ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুদ্ধৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।’’

আনহাতে, মহম্মদ কাঈফে টুইটাৰত ম’মবাতি জ্বলোৱাৰ ভিডিঅ’ আপলোড কৰাৰ পাছতে কট্টৰপন্থী বহু ইছলামিক মৌলানাই ক্ৰিকেটাৰ গৰাকীক তীব্ৰ সমালোচনা কৰি ধৰ্মৰ জ্ঞান দিয়ে।

‘‘৬ এপ্ৰিলত বিজেপিৰ জন্ম আৰু আপোনালোকে ইয়াৰ পূৰ্বে নিশা ৯ বজাত নামাজ পঢ়িব এৰি ম’ম জ্বলাবলৈ গৈছে। আপোনালোকে মুছলমানক বদনাম কৰিছে,’’ এছ কে মোজাফৰ নামৰ এগৰাকী মৌলানাই এনেদৰে লিখে।

মহম্মদ কাঈফৰ উপৰিও আন এগৰাকী পূৰ্ব ক্ৰিকেটাৰ জাহিৰ খানেও নিজৰ পত্নীৰ সৈতে প্ৰধান মন্ত্ৰীৰ আহ্বান মৰ্মে ম’মবাতি প্ৰজ্বলন কৰি বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰে।

Tags: COVID-19

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd