• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰাতঃভ্ৰমণলৈ যোৱা বিজেপিৰ প্ৰাক্তন জিলা সভাপতিক উত্তৰপ্ৰদেশত গুলীয়াই হত্যা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 11, 2020 8:38 pm

1 min read

প্ৰাতঃভ্ৰমণলৈ যোৱা বিজেপিৰ প্ৰাক্তন জিলা সভাপতিক উত্তৰপ্ৰদেশত গুলীয়াই হত্যা

বিজেপিৰ প্ৰাক্তন জিলা সভাপতি গৰাকী

217
VIEWS
Share on FacebookShare on Twitter

উত্তৰপ্ৰদেশৰ বাঘপথত মঙলবাৰে প্ৰাতঃভ্ৰমণলৈ যোৱা বিজেপিৰ প্ৰাক্তন জিলা সভাপতি সঞ্জয় খোখাৰক তিনিগৰাকী অচিনাক্ত লোকে ৰাজপথতে গুলীয়াই হত্যা কৰে।

বাঘপথৰ চাপৰাউলি অঞ্চলত ঘটনাটো সংঘটিত হয়।

এখন পথাৰত বিজেপি নেতা গৰাকীৰ তেজেৰে লুতুৰি পুতুৰি হৈ পৰি থকা দেহৰ ফটো এটা ভিডিঅ’ত দেখা পোৱা গৈছে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আনহাতে, আৰক্ষীয়ে গুলীয়াই হত্যা কৰা ঘটনাৰ সৈতে জড়িত থকা দুৰ্বৃত্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

উত্তৰপ্ৰদেশৰ পূৰ্বে জম্মু-কাশ্মীৰতো বিজেপি কৰ্মীৰ ওপৰত ক্ৰমাগতভাৱে দুৰ্বৃত্তই আক্ৰমণ অব্যাহত ৰাখিছে।

Recent News

samujjal

অসমতো হ’ব নেকি পৰীক্ষা বাতিল! কি পৰামৰ্শ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ?

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

cow

গৰু বিহু উপলক্ষ্যে অনুষ্ঠিত হ’ল গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা! অসমৰ ক’ত?

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd