• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫ কোটি টকাৰ মূল্যৰ ১১১ ট্ৰাক চাউল চুৰি! : ভাৰতীয় খাদ্য নিগমৰ প্ৰাক্তন জি এমক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 4, 2021 8:46 am
FCI-1-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় খাদ্য নিগমৰ প্ৰাক্তন জেনেৰেল মেনেজাৰ ৰাজা শেখৰক বুধবাৰে গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰতীয় খাদ্য নিগমৰ প্ৰায় ৫ কোটি টকা মূল্যৰ চাউল চুৰি কাণ্ডত জড়িত থকাৰ অভিযোগত এফচিআইৰ প্ৰাক্তন বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে ২০১৩-১৪ বৰ্ষত ৰাজা শেখৰে ভাৰতীয় খাদ্য নিগমৰ গুৱাহাটীৰ জেনেৰেল মেনেজাৰৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত নিগমৰ ১১১ খন ট্ৰাকৰ পৰা প্ৰায় ৫ কোটি টকাৰ মূল্যৰ চাউল চুৰি হৈছিল।

Apply Now

এই চাউল চুৰি কাণ্ডৰ তদন্তৰ দায়িত্ব থকা ব্যু অৱ ইন্টেষ্টিগেশ্যন(অৰ্থৈনিক অপৰাধ)এ চুৰি কাণ্ডৰ মূল অভিযুক্ত ৰাজা শেখৰক বুধবাৰে কামৰূপ সত্ৰ আদালতত হাজিৰ কৰোৱায়।

আদালতে শুনানি গ্ৰহণ কৰি ভাৰতীয় খাদ্য নিগমৰ ২০২০ বৰ্ষত অৱসৰ গ্ৰহণ কৰা এফচিআইৰ প্ৰাক্তন বিষয়াগৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

স্মৰ্তব্য যে ইয়াৰ পূৰ্বে ভাৰতীয় খাদ্য নিগমৰ প্ৰাক্তন জেনেৰেল মেনেজাৰ আৰু ভাৰতীয় ৰে’ল সেৱাৰ বিষয়া লখেশ্বৰ শইকীয়াক উক্ত চুৰি কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।

ইফালে ভাৰতীয় খাদ্য নিগমৰ শ্বিলঙৰ অন্য এগৰাকী প্ৰাক্তন জেনেৰেল মেনেজাৰ তথা ভাৰতীয় ৰে’ল সেৱাৰ বিষয়া ভাস্কৰ শইকীয়া আৰু গুৱাহাটীৰ এফচিআইৰ প্ৰাক্তন জেনেৰল মেনেজাৰ দেবানন্দৰ বিৰুদ্ধেও ধান ক্ৰয়ত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতে দেবানন্দক এফচিআই কৰ্তৃপক্ষই জেনেৰেল মেনেজাৰৰ পৰা ডিজিএমলৈ শাস্তিমূলকভাৱে পদাৱনতি কৰিছিল।

আনহাতে চাউল চুৰি এই ঘটনাৰ সন্দৰ্ভত আৰকেকে এন্টাৰপ্ৰাইজৰ ১০১ খন ট্ৰাক আৰু 4A এন্টাৰপ্ৰাইজৰ ১০ খন এফচিআইৰ চাউল ভৰ্তি নিৰুদ্দেশ হোৱাৰ বাবে অসম আৰক্ষীত ক্ৰমে বিআইঅ’ কেচ নং ১১/২০১৮ আৰু বিআইঅ’ কেচ নং ৮/২০১৮ দুটা গোচৰ ৰুজু কৰা হৈছিল। উক্ত দুই গোচৰৰ ভিত্তিতে এই সমগ্ৰ চাউল চুৰি কাণ্ডটোৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে।

বিশেষ সূত্ৰৰ পৰা নৰ্থ নাওৰ হাতত পৰা তথ্য অনুসৰি উক্ত বৰ্ষটোত নগাঁৱৰ গোদামৰ পৰা অৰুণাচল প্ৰদেশৰ চেপালৈ প্ৰেৰণ কৰা চাউল ভৰ্তি ট্ৰাক অন্তৰ্ধান হোৱাৰ ফলত এফচিআই-এ ২.৩৬ কোটি টকা লোকচানৰ সন্মুখীন হৈছিল।

সূত্ৰটোৰ মতে এফচিআই-এ বিষয়া-কৰ্মচাৰীৰ পৰা ৮৮ লাখ আৰু ঠিকাদাৰসকলৰ পৰা ৯৭ লাখ টকা সংগ্ৰহ কৰি উক্ত ঘাটি পূৰণৰ চেষ্টা কৰিছিল।

ইফালে সূত্ৰটোৱে কয় যে আদালতে মেচাৰ্চ 4A এন্টাৰপ্ৰাইজ আৰু মেচাৰ্চ আৰকেকে এন্টাৰপ্ৰাইজৰ স্বতাধিকাৰী অৰুণ কুমাৰ ৰায়ৰ মালিকাধীন সম্পত্তিৰ পৰা এফচিআইৰ চাউল চুৰি ফলত হোৱা লোকচানৰ ঘাটি পূৰণৰ নিৰ্দেশ দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd