• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

পাকিস্তানত যুদ্ধ কৰি ঘৰলৈ উভতি অহাৰ ৭ বছৰৰ পাছত অৱশেষত ২০১৯ চনত ভাৰতীয় বায়ুসেনাৰ পৰা নীৰৱে অৱসৰ লয় অভিনন্দন বৰ্থমানে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 3, 2026 7:34 pm
65
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁ পাকিস্তানী যুদ্ধ বিমান মাটিত নমাই ভাৰতক গৌৰৱান্বিত কৰিছিল। তিনিদিন ধৰি পশ্চিমৰ এখন দেশত বন্দী হৈ থাকিলেও অৱশেষত পাকিস্তানে নিৰ্ধাৰিত সময়ৰ ভিতৰত তেওঁক মুকলি কৰি দিব লগা হৈছিল। এইবাৰ সেই অভিনন্দন বৰ্থমানে ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ লৈ ব্যক্তিগত কোম্পানীত যোগদান কৰিছে।

জানিব পৰা মতে, তেওঁ গোৱাৰ ব্যক্তিগত বিমান সংস্থাত পাইলট হিচাপে কাম কৰি আছে। অৱশ্যে বৰ্তমান অৱসৰ লোৱাৰ পিছতো অভিনন্দনৰ অতীতৰ কাহিনী দেশবাসীৰ মনত সদায় স্মৰণীয় হৈ থাকিব।

Apply Now

২০০৪ চনৰ ১৯ ​​জুনত অভিনন্দন বৰ্থমানে ভাৰতীয় বায়ুসেনাত ফ্লাইং অফিচাৰ হিচাপে যোগদান কৰে।কিন্তু প্ৰথম অৱস্থাত তেওঁ দেশবাসীৰ মাজত ইমান জনপ্ৰিয় নহ’লেও ২০১৯ চনত তেওঁৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে। সেই বছৰৰ ১৪ ফেব্ৰুৱাৰীত ভাৰতীয় সেনাৰ কনভয় জম্মু-কাশ্মীৰৰ পুলৱামাৰ পৰা শ্ৰীনগৰলৈ ৰাওনা হয়। আৰু সেই কনভয়ত জইছ উগ্ৰপন্থী সংগঠনে পৰিকল্পনা কৰি আক্ৰমণ চলাইছিল। থিতাতে নিহত হয় ৪০ জন ভাৰতীয় জোৱান।

এই আক্ৰমণৰ ঠিক ১২ দিনৰ পাছত বায়ুসেনাই পাকিস্তানৰ বালাকোটত প্ৰৱেশ কৰি জইছ সন্ত্ৰাসবাদী শিবিৰবোৰ ধ্বংস কৰে। সেই সময়ত পাকিস্তানে ভাৰতীয় বায়ুসেনাৰ বিমানৰ বিৰুদ্ধে আকাশমাৰ্গত প্ৰতিশোধ ল’বলৈ চেষ্টা কৰিছিল। এখন এফ-১৬ যুঁজাৰু বিমান গুলীয়াই ভূপতিত কৰা হয়। কিন্তু ভাৰতীয় বায়ুসেনাৰ তেতিয়াৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্থমানে পাকিস্তানৰ পৰিকল্পনা বিফল কৰে।

প্ৰাপ্ত তথ্য অনুসৰি মিগ-২০০ যুদ্ধ বিমানেৰে পাকিস্তানী এফ-১৬ যুঁজাৰু বিমান এখন খেদি খেদি পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিছিল অভিনন্দন। পিছত বিমানখন গুলীয়াই ভূপতিত কৰাত অভিনন্দনক পাকিস্তানত বন্দী কৰা হয়।

পাকিস্তান প্ৰশাসনে অভিনন্দন বৰ্থমানৰ বিভিন্ন ভিডিঅ’ ছচিয়েল মিডিয়াত আপলোড কৰিবলৈ আৰম্ভ কৰে। ইফালে ভাৰতকে ধৰি সমগ্ৰ বিশ্বই ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন উইং কমাণ্ডাৰগৰাকীক মুক্তিৰ দাবীত সৰৱ হৈ পৰে। ৰাষ্ট্ৰসংঘইও পাকিস্তানক সকীয়াই দিবলৈ আৰম্ভ কৰে।

দিল্লীয়ে অৱগত কৰে যে অতি সোনকালে অভিনন্দনক সন্মান সহকাৰে ঘূৰাই পঠিয়াব লাগে। যদি তেওঁৰ কিবা হয় তেন্তে তাৰ পৰিণাম পাকিস্তানে ভোগ কৰিব লাগিব। আৰু এই সতৰ্কবাণীৰ পিছত পাকিস্তান সেনাই তেওঁক ততাতয়াকৈ ঘূৰাই পঠিয়াই দিয়ে।

কোৱা বাহুল্য যে পাকিস্তানত যুদ্ধ কৰি ঘৰলৈ উভতি অহাৰ ৭ বছৰৰ পাছত অৱশেষত ২০১৯ চনত ভাৰতীয় বায়ুসেনাৰ পৰা নীৰৱে অৱসৰ লয় অভিনন্দন বৰ্থমানে। জানিব পৰা মতে তেওঁ চাকৰি জীৱন শেষ হোৱাৰ আগতেই অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছিল। আৰু সেইটোৱে কাৰ্যতঃ বায়ুসেনাত এক শূন্যতাৰ সৃষ্টি কৰিছে! কিন্তু সেই শূন্যতা অতি সোনকালে পূৰণ হ’ব। অভিনন্দনৰ বিকল্প বিচাৰি পাব ভাৰতীয় বায়ুসেনাই।

খবৰ অনুসৰি আগষ্ট মাহৰ পৰাই অভিনন্দনে গোৱাৰ ব্যক্তিগত বিমান সংস্থা FLY91 ত কাম আৰম্ভ কৰি দিছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

September 30, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd