• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকা অংশুমান গাইকোৱাডৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2024 7:30 am
প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকা অংশুমান গাইকোৱাড। ফাইল ফটোঃ সংগ্ৰহীত।

প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকা অংশুমান গাইকোৱাড। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টিম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক অংশুমান গাইকোৱাডৰ দেহাৱসান ঘটিছে। গাইকোৱাডে বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে। কিছুদিন ধৰি তেওঁ মাৰাত্মক কেন্সাৰ ৰোগত আক্ৰান্ত হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ। স্বাভাৱিকতে গাইকোৱাডৰ মৃত্যুত ভাৰতীয় ক্ৰিকেট জগতত শোকৰ ছাঁ পৰিছে।

গাইকোৱাডক চিকিৎসাৰ বাবে বিমানেৰে লণ্ডনলৈ লৈ যোৱা হৈছিল। কেইমাহমান আগতে তেওঁ ইংলেণ্ডৰ পৰা বৰোদালৈ উভতি আহিছিল। তাতেই তেওঁৰ চিকিৎসা চলি আছিল। অৱশ্যে বুধবাৰে জীৱন যুদ্ধত পৰাস্ত হয় তাৰকা ক্ৰিকেটাৰগৰাকী।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টিম ইণ্ডিয়াৰ প্ৰাক্তন তাৰকাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। বি চি চি আইৰ সম্পাদক জয় শ্বাহেও গাইকোৱাডৰ মৃত্যুত শোক প্ৰকাশ কৰে। তেওঁ টুইটযোগে অংশুমানৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। কিছুদিন পূৰ্বে বিচিচিআইয়ে গাইকোৱাডৰ চিকিৎসাৰ বাবে প্ৰাক্তন তাৰকাগৰাকীক ১ কোটি টকা দিয়াৰ সিদ্ধান্ত লৈছিল।

Apply Now

লগতে পঢ়কঃ অলিম্পিক পদক জয়ৰ দিশে ধাৱমান লাভলীনা বৰগোহাঁই; নৰৱেৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

অংশুমান গাইকোৱাডে ১৯৭৫ চনৰ পৰা ১৯৮৭ চনৰ ভিতৰত ভাৰতৰ হৈ ৪০ খন টেষ্ট আৰু ১৫ খন এদিনীয়া আন্তৰ্জাতিক মেচ খেলিছিল। টেষ্টত তেওঁ গড়ে ৩০.০৭ ১৯৮৫ ৰান সংগ্ৰহ কৰে। ২ টা শতক আৰু ১০টা অৰ্ধশতক অৰ্জন কৰে। টেষ্টত গাইকোৱাডৰ ব্যক্তিগত ইনিংছ সৰ্বাধিক ২০১ ৰানৰ। টেষ্ট ক্ৰিকেটত তেওঁৰ ২টা উইকেটো আছে।

এদিনীয়া ক্ৰিকেটত অংশুমানে ২০.৬৯ গড়ে ২৬৯ ৰান সংগ্ৰহ কৰে। তেওঁ এটা অৰ্ধশতক অৰ্জন কৰে। দেশৰ জাৰ্চিত এদিনীয়া ক্ৰিকেটত গাইকোৱাডৰ সৰ্বোচ্চ ব্যক্তিগত ইনিংছ ৭৮ নট আউট। এদিনীয়া ক্ৰিকেটত ১ টা উইকেটো দখল কৰিছে।

অংশুমান গাইকোৱাডে ঘৰুৱা ক্ৰিকেটত বৰোদাৰ হৈ খেলিছিল। ২০৬ খন প্ৰথম শ্ৰেণীৰ মেচত তেওঁৰ ১২১৩৬ ৰান কৰে। লগতে ১৪৩টা উইকেটো দখল কৰে। অংশুমানৰ পিতৃ দত্তজিৰাও গাইকোৱাডে ভাৰতৰ হৈ ১১খন টেষ্ট খেলিছিল। অংশুমান গাইকোৱাডে ১৯৯৭ চনৰ পৰা ১৯৯৯ চনলৈ ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে কাম কৰিছিল। তেওঁৰ পিতৃ দত্তজিৰাও ১৯৭৮ চনত ভাৰতৰ প্ৰশিক্ষক হয়।

লগতে পঢ়কঃ ইউপিএছচিয়ে বাতিল কৰিলে পূজা খেডকাৰৰ প্ৰাৰ্থীত্ব; ভৱিষ্যতে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা নিষেধাজ্ঞা

অংশুমান গাইকোৱাডো ৰাষ্ট্ৰীয় নিৰ্বাচক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। টেষ্টত পাকিস্তানৰ বিৰুদ্ধে গাইকোৱাডে সৰ্বাধিক ব্যক্তিগত ইনিংছ খেলিছিল। ১৯৮২-৮৩ চনৰ ছিজনৰ সেই ইনিংছত তেওঁ ক্ৰীজত ৬৭১ মিনিট সময় কটাই ৪৩৬টা বল খেলিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd