• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

KBC-ত ৫০ লাখ টকা জিকি দৃষ্টি কাঢ়িছিল দৰ্শকৰ; ২.৫কোটি টকা জালিয়াতি কৰি জেলত সেই মহিলা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:52 am
61
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অমিতাভ বচ্চনৰ কুইজ ভিত্তিক ৰিয়েলিটি শ্ব’ ‘কৌন বনেগা কোটিপতি’ত বহু লোকে লাখ লাখ টকা লাভ কৰিছে যদিও এই শ্ব’ৰ বিজয়ী অমিতা সিং টোমৰ নামৰ এগৰাকী মহিলাৰ নাম আহিছে কোটি কোটি টকাৰ কেলেংকাৰীত।

অমিতা সিং টোমৰ মধ্যপ্ৰদেশৰ শ্বেওপুৰ জিলাৰ বৰোদা তহচিলদাৰ আৰু তেওঁৰ তত্বাৱধানত তাত এক বৃহৎ কেলেংকাৰী সংঘটিত হৈছে। ইয়াত ভুক্তভোগীৰ বাবে আৱণ্টিত সাহায্য পুঁজিত বৃহৎ কেলেংকাৰী সংঘটিত হৈছে। এই কেলেংকাৰীৰ পৰিমাণ ২.৫ কোটি, তাৰ পিছত অমিতা সিং টোমৰক গ্ৰেপ্তাৰ কৰা হৈছে।

Apply Now

খবৰ অনুসৰি ২০২১ চনত শ্বেওপুৰ জিলাত বানাক্ৰান্তৰ মাজত সাহায্য পুঁজি বিতৰণ কৰা হৈছিল। তদানীন্তন তহচিলদাৰ অমিতা সিং টোমৰে প্ৰায় ২৫জন পাটোৱাৰী আৰু ১০০ৰো অধিক দালালৰ সৈতে গোপন বুজাবুজিৰে ১২৭টা ভুৱা একাউণ্টত ২.৫৭ কোটি টকা বিতৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই অনিয়ম পোহৰলৈ আহে যেতিয়া ডেপুটি-কালেক্টৰে এক অডিট চলাইছিল। এই ঘটনাৰ পিছত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি বৰোদা থানাত এফআইআৰ দাখিল কৰা হয়। তদন্তত প্ৰকাশ পাইছে যে বানাক্ৰান্তক দিয়াৰ নামত আত্মীয়-স্বজন আৰু চিনাকি লোকৰ মাজত এই সাহায্য পুঁজি বিতৰণ কৰা হৈছে। এই কেলেংকাৰীত অমিতা সিং টোমৰৰ উপৰিও তহচিল কার্যালয়ৰ কর্মচাৰী আৰু দালালৰ নামো পোহৰলৈ আহে৷

উল্লেখযোগ্য যে অমিতা সিং টোমৰে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ কেইবাবাৰো চেষ্টা কৰিছে। তেওঁ প্ৰথমে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল, য’ত তেওঁৰ জামিন আবেদন নাকচ কৰা হৈছিল। তাৰ পিছত উচ্চতম ন্যায়ালয়ত জামিনৰ বাবে বিশেষ আবেদন (এছ এল পি) দাখিল কৰে যদিও সেই আবেদনো নাকচ কৰা হয়। এতিয়া তেওঁ জেলত আছে আৰু অনাগত দিনত এই গোচৰৰ তদন্তৰ লগত আৰু অধিক বিষয়া জড়িত হ’ব পাৰে বুলি দাবী কৰা হৈছে।

ৰাজনৈতিক পদত থকাৰ বাবেই অমিতা সিং টোমৰো চৰ্চালৈ আহে। ২০২৪ চনৰ আগষ্ট মাহত তেওঁ প্ৰিয়ংকা গান্ধীৰ বিষয়ে এটা পোষ্ট কৰিছিল, য’ত তেওঁ লিখিছিল যে প্ৰিয়ংকাই মুখ ঢাকি মদ্যপান কৰে। এই পোষ্টটোৱে যেতিয়া বিতৰ্কৰ সৃষ্টি কৰিছিল তেতিয়া তেওঁ দাবী কৰিছিল যে তেওঁৰ আইডি হেক কৰা হৈছে। অমিতা সিং টোমৰে ৰাহুল গান্ধীকলৈও মন্তব্য কৰে।

২০১১ চনত প্ৰথমবাৰৰ বাবে চৰ্চালৈ আহিছিল অমিতা সিং টোমৰ।কেবিচিৰ ৫ম ছিজনত অংশগ্ৰহণ কৰি ৫০ লাখ টকা লাভ কৰিছিল। ইয়াৰ পিছত মধ্যপ্ৰদেশত আলোচনাৰ কেন্দ্ৰলৈ আহিল অমিতা সিং টোমৰ। ছ’চিয়েল মিডিয়াত তেওঁ যথেষ্ট সক্ৰিয়।

২০০৩ চনত চৰকাৰী সেৱাত যোগদান কৰা অমিতা সিং টোমৰে প্ৰথমে নাইব তহচিলদাৰ হিচাপে নিৰ্বাচিত হয়। ২০১১ চনত তহচিলদাৰৰ পদত পদোন্নতি লাভ কৰি তহচিলদাৰ হোৱাৰ পিছৰে পৰা ১৪ বছৰত ২৫ বাৰ বদলি হৈছে। শেহতীয়াকৈ বদলি হোৱাৰ পিছত তেওঁ প্ৰধানমন্ত্ৰী মোডী আৰু শিৱৰাজ সিং চৌহানলৈ এখন পত্ৰ লিখিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ ওদালবাক্ৰাত  পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

গুৱাহাটীৰ ওদালবাক্ৰাত পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

July 16, 2026 10:54 am
অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ ওদালবাক্ৰাত  পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

গুৱাহাটীৰ ওদালবাক্ৰাত পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

July 16, 2026 10:54 am
অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd