• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন মন্ত্ৰী, অধিবক্তা আব্দুল মুহিব মজুমদাৰৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 3, 2021 12:07 pm
Former Minister Abdul Muhib Mazumder Dies at 89
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰাক্তন মন্ত্ৰী, প্ৰখ্যাত অধিবক্তা আৰু বহুচৰ্চিত আইএমডিটি আইনৰ স্থপতি আব্দুল মুহিব মজুমদাৰৰ বুধবাৰে পুৱা প্ৰায় ৮.১৫ বজাত মৃত্যু হয়। তেওঁ যোৱা প্ৰায় এমাহ ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল আৰু আজি ৰাতিপুৱা শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ। তেওঁৰ নশ্বৰ দেহ জিএমচিএইচৰ পৰা তেওঁৰ হাতীগাঁওস্থিত বাসগৃহলৈ লৈ যোৱা হ’ব আৰু অন্তিম সংস্কাৰ সম্পন্ন কৰা হ’ব।

আব্দুল মুহিব মজুমদাৰে ১৯৭০ ৰ দশকত ৰাজনীতিত প্ৰৱেশ কৰিছিল আৰু ১৯৮৩-১৯৯১, ১৯৯৬-২০০১ আৰু ২০১১-২০১৬ বৰ্ষত বিধায়ক হিচাপে চাৰিবাৰ হাইলাকান্দি সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।

১৯৮৫ চনলৈকে হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত কংগ্ৰেছ মন্ত্ৰালয়ত মজুমদাৰ অসমৰ কেবিনেট মন্ত্ৰী হৈছিল। ১৯৯০ ৰ দশকত তেওঁ ইউপিপিএ (ইউনাইটেড পিপলছ পাৰ্টি অৱ আছাম) নামৰ এটা নতুন দল গঠন কৰে। ২০০১ চনলৈকে জলসিঞ্চন বিভাগৰ দায়িত্বত থকাৰ পিছত প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অগপ নেতৃত্বাধীন মিত্ৰজোঁট মন্ত্ৰালয়ত ১৯৯৬ চনত পুনৰ অসমৰ কেবিনেট মন্ত্ৰী হয়।

পৰৱৰ্তী সময়ত তেওঁ ইউপিপিএ ভাঙি দিয়ে আৰু অসমত সমাজবাদী পাৰ্টিৰ সভাপতি হয়। পিছত অৱশ্যে তেওঁ কংগ্ৰেছলৈ ঘূৰি আহিছিল। মজুমদাৰ বিৰোধী দলৰ উপনেতা (১৯৮৬-১৯৯১) আৰু পূৰ্বতে অসমৰ ৰাজ্যিক পৰিকল্পনা পৰিষদৰ উপাধ্যক্ষ আছিল।

Apply Now

তেওঁ ৰাজ্যিক সুৰক্ষা আয়োগৰ সদস্য; সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিৰ সদস্য; অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি; অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু কোষ অধ্যক্ষ তথা উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

মজুমদাৰে তেওঁৰ আত্মজীৱনী “ডাউন দ্য মেমৰি” চাৰিটা খণ্ডত ৰচনা কৰিছিল। এজন তাৰ্কিক হিচাপেও তেওঁ খ্যাতি লাভ কৰিছিল। কটন মহাবিদ্যালয় আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ত তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁ কেইবাবাৰো পুৰস্কাৰ লাভ কৰিছিল।

অধিবক্তা হিচাপে তেওঁৰ বহুতো গুৰুত্বপূৰ্ণ গোচৰৰ ভিতৰত ১৯৭৭-৭৮ চনত উচ্চ ন্যায়ালয়ত তিৰ্খা আয়োগৰ দ্বাৰা আৰোপিত গোচৰৰ বিৰুদ্ধে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ অধিবক্তা হিচাপে অৱতীৰ্ণ হৈ বিজয়ী হোৱাটো লক্ষণীয় আছিল।

তেওঁৰ জীৱনৰ আন দুটা গুৰুত্বপূৰ্ণ কৰ্ম আছিল আইএমডিটি আইন (ন্যায়াধিকৰণ আইনৰ দ্বাৰা অবৈধ প্ৰব্ৰজনকাৰী নিৰ্ধাৰণ) ১৯৮৩ আৰু অসম চুক্তি ১৯৮৫ ৰ খচৰা প্ৰস্তুত কৰা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd