• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুৱা খেলাৰ অভিযোগত প্ৰাক্তন বিধায়ক নৰেন সোণোৱালক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2023 5:37 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে ডিব্ৰুগড় আৰক্ষীয়ে নাহৰকটীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক নৰেন সোণোৱালক অবৈধ জুৱাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। ডিব্ৰুগড়ৰ বয়ৰাগিমোঠ অঞ্চলৰ পৰা অসম গণ পৰিষদৰ প্ৰাক্তন বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা হয়।

লগতে পঢ়কঃ ছেবাৰ কৰ্মকাণ্ডক লৈ কিয় নিমাত এবিভিপি, ভাৰতীয় জনতা যুৱ মৰ্চা ? : অসম তৃণমূল যুৱ কংগ্ৰেছ 

Apply Now

জুৱাৰ লগত জড়িত থকাৰ অভিযোগত সোণোৱালৰ লগতে আৰু ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হয়। আনকেইজন অভিযুক্ত হৈছে মুকুল ঘোষ, মেহৰোজ আহমেদ, দিপেন্দ্ৰ দত্ত, ঋত্বিক বৰুৱা, আব্দুল ৰছিদ আৰু দিপক ৰঞ্জন।

লগতে পঢ়কঃ বিজেপি সাংসদ কিৰন খেৰৰ মন্তব্য; যিসকলে মোক ভোট নিদিলে তেওঁলোকক জোতা মাৰিব লাগে

ডিব্ৰুগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু বাহাদুৰ চেত্ৰীয়ে সংবাদ মাধ্যমক জনোৱা মতে, “নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আমি বয়ৰাগিমোথৰ এটা ঘৰত অভিযান চলাই জুৱাত লিপ্ত থকা ৭ জন লোকক গ্ৰেপ্তাৰ কৰিলোঁ। জুৱা খেলাৰ পৰা আমি নগদ ৯৬,৫০০ টকাৰ উপৰিও জুৱা খেলৰ বাবে ব্যৱহাৰ কৰা বহু আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰিছোঁ। আমি এখন গাড়ী, আৰু অভিযুক্তই ব্যৱহাৰ কৰা দুখন মটৰ চাইকেলও জব্দ কৰিছোঁ। আমি ডিব্ৰুগড় থানাত ১৫০/২০২৩ নম্বৰতন এই ঘটনাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছোঁ।”

লগতে পঢ়কঃ বিজেপি সাংসদৰ চৰম উচতনিমূলক মন্তব্য: লগত চোকা অস্ত্ৰ-শস্ত্ৰ ৰাখক, নহ’লে চোকা কৰি ৰাখক ঘৰৰ কটাৰী!

“আমি জনসাধাৰণক আহ্বান জনাইছোঁ যে যদিহে তেওঁলোকৰ অঞ্চলত এনে অবৈধ কাৰ্যকলাপ চলি থকা দেখা পাই তেন্তে তৎক্ষণাত আমাক অৱগত কৰক,” চেত্ৰীয়ে কয়।

লগতে পঢ়কঃ পুটিনৰ বাৰ্তা! যিসকলে যুদ্ধৰ বিৰোধিতা কৰে তেওঁলোকক কঠোৰ শাস্তি দিব লাগিব

২০১৬ চনত নাহৰকটীয়া সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল সোণোৱাল।

লগতে পঢ়কঃ হিতাধিকাৰী সৃষ্টিয়েই ৰাজ্যৰ উন্নয়ন নাসাধে: বাজেটক নতুনত্বহীন হতাশজনক বাজেট আখ্যা অসম জাতীয় পৰিষদৰ

এছ’চিয়েশ্যন অৱ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ তথ্য অনুসৰি ২০১৬ আৰু ২০২১ৰ অসম বিধানসভা নিৰ্বাচন দুটাত প্ৰতিদ্বন্দ্বিতা কৰা ধনী প্ৰাৰ্থীসকলৰ ভিতৰত তেওঁ অন্যতম । নিৰ্বাচন আয়োগক দিয়া অথ্য অনুসৰি ৩৩ কোটি টকাৰ সম্পত্তিৰে চহকী নৰেন সোণোৱাল।

লগতে পঢ়কঃ গণতন্ত্ৰ যদি বৰ্তি আছে, মোক কথা কোৱাৰ অনুমতি দিয়া হ’ব : বিতৰ্কৰ মাজতে ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm
‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

October 12, 2026 6:00 pm
মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd