• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ প্ৰাক্তন মডেলৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2020 6:43 pm
WhatsApp Image 2020-09-17 at 5.31.28 PM

ডোনাল্ড ট্ৰাম্পৰ কাষত বহি থকাগৰাকী প্ৰাক্তন মডেল এমি ডৰিছ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে আৰু বেছিদিন নাই। নিৰ্বাচনী প্ৰচাৰৰ যুঁজত ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী ডোনাল্ড ট্ৰাম্প আৰু ডেম’ক্ৰেট প্ৰাৰ্থী জো বিডেনৰ শিৱিৰৰ মাজত প্ৰস্তুতি তুংগত উঠিছে।

ইয়াৰ মাজতে ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এটাৰ পাছত আন এটা কেলেংকাৰিৰ অভিযোগে ৰিপাব্লিকান শিৱিৰক বিমোৰত পেলাইছে।

Apply Now

এইবাৰ ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আনিছে এগৰাকী প্ৰাক্তন মডেল এমি ডৰিছে।

এমিয়ে অভিযোগ কৰিছে যে ১৯৯৭চনত ডোনাল্ড ট্ৰাম্পে তেওঁক যৌননিৰ্যাতন চলাইছিল। তেতিয়া তেওঁৰ বয়স আছিল ২৪ বছৰ।

‘দ্য গাৰ্ডিয়ান’ক দিয়া এক সাক্ষাৎকাৰত এমিয়ে প্ৰকাশ কৰিছে কিছু চাঞ্চল্যকৰ তথ্য। তেওঁ কয় যে ১৯৯৭চনৰ ৫ ছেপ্টেম্বৰত ইউ এছ অ’পেনৰ টুৰ্ণামেন্ট চলি থকা সময়ত ভি আই পি বক্সৰ বাথৰুমৰ সন্মুখত ট্ৰাম্পে তেওঁক সাৱটি ধৰিছিল।

এমিয়ে কয়,’’তেওঁ মোক জোৰকৈ সাৱটি ধৰে। তাৰপাছত মোক চুমা খোৱাৰ চেষ্টা কৰে। মোৰ নিতম্ব, বুকু সকলোতে ট্ৰাম্পে স্পৰ্শ কৰি গৈছিল। ইমান শক্তিশালীভাৱে তেওঁ স্পৰ্শ কৰিছিল যে মই হাজাৰ চেষ্টা কৰিও এৰাব পৰা নাছিলো।‘’

ইপিনে, নিজৰ অধিবক্তাৰ জৰিয়তে এই অভিযোগ খণ্ডন কৰিছে ডোনাল্ড ট্রাম্পে।

ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে অৱশ্যে এয়াই প্ৰথম এনে অভিযোগ উত্থাপিত হোৱা নাই। বিভিন্ন মডেল তথা পৰ্ণষ্টাৰে বিভিন্ন সময়ত ট্ৰাম্পৰ বিৰুদ্ধে মুখ খুলিছে।

বিগত নিৰ্বাচনৰ সময়তো ট্ৰাম্পৰ বিৰুদ্ধে মুখ খুলিছিল পৰ্ণষ্টাৰ ষ্ট’ৰ্মি ডেনিয়েলছে। তেওঁ ২০০৬ৰ পৰা ২০০৭লৈকে ট্ৰাম্পৰ সৈতে সম্পৰ্ক থকাৰ কথা সদৰী কৰিছিল।

তাপ পাছত আন এগৰাকী পৰ্ণষ্টাৰ জেছিকা ড্ৰেকে তিনি বছৰমান পূৰ্বে সংবাদ মেল পাতি কৈছিল যে কেলিফ’ৰ্ণিয়াৰ লেক টাহোত এখন গল্ফ টুৰ্ণামেন্ট চলি থকাৰ সময়ত ট্ৰাম্পে তেওঁৰ কেইগৰাকীমান বান্ধৱীক নিজৰ চুইটলৈ আমন্ত্ৰণ জনাইছিল।

জেছিকাই প্ৰকাশ কৰা মতে, তাত ট্ৰাম্পে তেওঁৰ লগতে আৰু আন দুগৰাকীক ইচ্ছাৰ বিৰুদ্ধে সাৱটি ধৰি চুম্বন কৰিছিল।

সেইদৰে, যোৱা বছৰো এগৰাকী মহিলা সাংবাদিকে ট্ৰাম্পৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আনিছিল। প্ৰায় দুই দশক পূৰ্বে ট্ৰাম্পৰ যৌন নিৰ্যাতনৰ বলি হোৱা বুলি সাংবাদিক গৰাকীয়ে অভিযোগ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd