• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’নাত মৃত্যু এইগৰাকী প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 14, 2020 9:27 pm

1 min read

cricket

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

18.1k
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ জফৰ চৰফৰাজে ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয়।

জানিব পৰা মতে, সোমবাৰে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে পাকিস্তানৰ লেডী ৰেডিংগ চিকিৎসালয়ত ক’ৰ’নাৰ আগত হাৰ মানে।

৫০ বছৰীয়া জফৰ চৰফৰাজ পাকিস্তানৰ প্ৰথম গৰাকী ক’ৰ’না ভাইৰাছৰ ফলত মৃত্যু হোৱা ক্ৰিকেটাৰ।

বিগত মংগলবাৰে জফৰ চৰফৰাজ ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত নিশ্চিত হৈছিল আৰু বিগত তিনিদিন ধৰি ক্ৰিকেটাৰ গৰাকী ভেণ্টিলেটৰতে থাকিবলগীয়া হৈছিল।

জফৰ চৰফৰাজ পাকিস্তানৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ আখতাৰ চৰফৰাজৰ ভাতৃ।

জফৰ চৰফৰাজে ১৯৮৮ চনৰ পৰা ১৯৯৪ চনলৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট আৰু ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈ লিষ্ট এ ক্ৰিকেট খেলিছিল।

পাকিস্তানত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে এতিয়ালৈ মুঠ ৯৬ গৰাকী লোকৰ মৃত্যু হৈছে।

Tags: COVID-19

Recent News

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd