DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আদালতত ইমৰাণ খানৰ বিস্ফোৰক অভিযোগ, ‘বিষাক্ত বেজী দি হত্যাৰ চেষ্টা কৰা হৈছে’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2023 8:49 pm
2.9k
VIEWS
Share on FacebookShare on Twitter

ইমৰাণ খানৰ গ্ৰেপ্তাৰৰ পিছতে পাকিস্তানত তোলপাৰ লাগিছে। চৰম ৰাজনৈতিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সূত্ৰৰ মতে, এনে এক জটিল পৰিস্থিতিত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে তেওঁক বিষ প্ৰয়োগ কৰি হত্যা কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ তুলিছে। আদালতত থিয় হৈ ইমৰানে কয় যে জিম্মাত তেওঁৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা হৈছে।

ইমৰাণ খানক দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে। ইছলামবাদৰ আদালতে তেওঁক ৮ দিনৰ বাবে দুৰ্নীতি বিৰোধী শাখাৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

লগতে পঢ়ক: Karnataka Exit Poll 2023: ৰিপাব্লিক টিভিৰ সমীক্ষাত কৰ্ণাটকত কংগ্ৰেছ পুনৰ ক্ষমতালৈ অহাৰ ইংগিত

মঙলবাৰে গ্ৰেপ্তাৰ হোৱাৰ পিছত বুধবাৰে আদালতত হাজিৰ কৰোৱা হয় ইমৰাণক। তাত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰে। শ্বাহবাজ শ্বৰীফৰ আৰ্থিক প্ৰৱঞ্চনাৰ গোচৰৰ সাক্ষী মকছুদ চাপ্ৰাছিৰ মৃত্যুৰ দৰে একেই ভাগ্য তেওঁৰো হ’ব পাৰে বুলি আশংকা কৰিছে ইমৰাণ খানে।

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে আদালতত কয়, ‘যোৱা ২৪ ঘন্টাত এবাৰো শৌচাগাৰলৈ যাবলৈ দিয়া হোৱা নাই। দেখাত মই মকছুদ চাপ্ৰাছিৰ দৰে বলি হ’ম। তেওঁক বিশেষ বেজী দিয়া হৈছিল। ফলত তেওঁৰ শাৰীৰিক অৱস্থা ক্ৰমান্বয়ে অৱনতি ঘটিছিল। শেষত হৃদৰোগত মৃত্যু হয়। মইও অনুভৱ কৰোঁ যে একেটা বিষাক্ত বেজীয়ে মোক লাহে লাহে মৃত্যুৰ মুখলৈ ঠেলি দিব।”

লগতে পঢ়ক: লেখিকাক ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত ড’নাল্ড ট্ৰাম্প; ৪১০ কোটি টকাৰ জৰিমনা বিহিলে আদালতে

ইমৰাণক ১৪ দিনৰ বাবে জিম্মাত ৰখাৰ অনুমতি বিচাৰিছিল যদিও পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৮ দিন জিম্মাত থাকিব। তেওঁ আদালতত কয় যে তেওঁৰ ব্যক্তিগত চিকিৎসকক জিম্মাত লৈ যাত্ৰা কৰিবলৈ দিয়া উচিত। অৱশ্যে ইমৰাণৰ এই আবেদন গ্ৰহণ কৰা হৈছে নে নাই সেয়া জানিব পৰা হোৱা নাই।

Recent News

কাষলতি পৰা উলাই নেকি দুৰ্গন্ধ? সমাধানৰ বাবে পঢ়ি লওঁক এইটো লেখা

কাষলতি পৰা উলাই নেকি দুৰ্গন্ধ? সমাধানৰ বাবে পঢ়ি লওঁক এইটো লেখা

Sri Raghupati

চিনেমা কথা: শ্ৰী ৰঘুপতি

three killed in mine collapsed

ধনবাদত শোকাৱহ ঘটনা: অবৈধ খনি খহি তিনি ব্যক্তিৰ মৃত্যু, সন্ধানহীন কেইবাগৰাকীও

Lok Sabha election

চমু চাপিছে নিৰ্বাচন: ইভিএম-পেপাৰট্ৰেইল মেচিনৰ পৰীক্ষণ আৰম্ভ নিৰ্বাচন আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd