• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাণ্ডেয়া, পোলাৰ্ডৰ দৰে ‘বিগ হিটাৰছ’ সকল চলিত আই পি এলত ব্যৰ্থ হ’ব : ৰামিজ ৰাজা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 11, 2020 7:12 pm

1 min read

পাণ্ডেয়া, পোলাৰ্ডৰ দৰে ‘বিগ হিটাৰছ’ সকল চলিত আই পি এলত ব্যৰ্থ হ’ব : ৰামিজ ৰাজা

পোলাৰ্ড-পাণ্ডেয়া

236
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ বাবে চলিত বৰ্ষত ভাৰতৰ পৰিৱৰ্তে য়ু এ ইত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা ২০২০ বৰ্ষৰ আই পি এলত ‘বিগ হিটাৰছ’ সকল ব্যৰ্থ হ’ব বুলি মন্তব্য প্ৰকাশ কৰিছে প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ তথা ধাৰাভাষ্যকাৰ ৰামিজ ৰাজাই।

ৰাজাই ক্ৰিছ লিন, কিৰণ পোলাৰ্ড আৰু পাণ্ডেয়া ভাতৃদ্বয়ৰ দৰে বেটছমেন সকল চলিত চিজনত ব্যৰ্থ হ’ব উল্লেখ কৰি হাৰ্দিক পাণ্ডেয়াই স্পীন বলিং ভালে খেলে বুলিও কয়।

”যিটো দলৰ ভাল স্পীন ডিপাৰ্টমেণ্ট আছে সেই দলটোৱে চলিত বৰ্ষৰ আই পি এলত ভাল প্ৰদৰ্শন আগবঢ়াব,” ৰামিজ ৰাজাই কয়।

আনহাতে, ৰাজাই চলিত বৰ্ষৰ আই পি এল বেগী বলাৰ সকলৰ বাবে কিছু পৰিমাণে কষ্টকৰ হ’ব বুলি উল্লেখ কৰি বেগী বলাৰ সকলে বলিঙত বিভিন্নতাৰ প্ৰয়োগ কৰিব লাগিব বুলি কয়।

উল্লেখযোগ্য যে, চেন্নাই চুপাৰ কিংগছ, দিল্লী ডেয়াৰ ডেভিলছ, ক’লকাতা নাইট ৰাইডাৰ্ছ আদি দলৰ ওচৰত যথেষ্ট স্পীন বলিং শক্তি মজুত আছে।

Recent News

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd