DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লী এইমছৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিল প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিং; ক’ৰ’না পৰীক্ষাৰো ফলাফল নিগেটিভ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2020 4:37 pm
Former PM Manmohan Singh admitted to AIIMS, Delhi

প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিং। ফাইল ফটো

338
VIEWS
Share on FacebookShare on Twitter

বুকুৰ বিষ আৰু শাৰীৰিক অসুস্থতাৰ বাবে দেওবাৰে দিল্লী এইমছত ভৰ্তি কৰোৱা দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙক আজি চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয়।

৮৭ বছৰীয়া সিঙক দেওবাৰে নিশা ৮.৪৫ বজাত এইমছত ভৰ্তি কৰোৱা হৈছিল।

চিকিৎসালয়ত ভৰ্তি কৰোৱা মনমোহন সিঙৰ  সোমবাৰে ক’ৰ’নাৰ পৰীক্ষা কৰা হয় আৰু ক’ৰ’নাৰ পৰীক্ষাত সিঙৰ ফলাফল নিগেটিভ আহে।

জানিব পৰা মতে, বৰ্তমান সুস্থ হৈ উঠা মনমোহন সিঙ নিজৰ ঘৰত উপস্থিত হৈছে।

দেওবাৰে প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছতে দেশৰ বহু সংখ্যক ৰাজনৈতিক নেতাই তেওঁৰ আৰোগ্য কামনা কৰি টুইট কৰিছিল।

অসমৰ স্বাস্থ্য তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো মনমোহন সিঙৰ আৰোগ্য কামনাৰে টুইট কৰিছিল।

দুটা কাৰ্য্যকালৰ বাবে দেশৰ প্ৰধান মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰা মনমোহন সিঙ অসমৰ পৰাও ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল।

জেষ্ঠ ৰাজনৈতিক নেতা গৰাকী ডায়াবেটিছতো আক্ৰান্ত হৈ আছে বুলি জানিব পৰা গৈছে।

Recent News

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Swara Bhasker

অভিনেত্ৰী স্বাৰা ভাস্কৰলৈ মৃত্যুৰ ভাবুকি: সাভাৰকাৰক অপমান নকৰিবলৈ সকীয়নি

Bumrah selected as test captain

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ পৰা বাহিৰ ৰোহিত শৰ্মা: বুমৰাহৰ কান্ধত অধিনায়কৰ দায়িত্ব

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd