• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাতিৰ বিৰুদ্ধে যৌন কেলেংকাৰীৰ অভিযোগ! আপত্তিজনক ভিডিঅ’ক লৈ আৰম্ভ তদন্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 29, 2024 8:58 am
প্ৰজ্জ্বল ৰেভান্না। ফটোঃ সংগ্ৰহীত।

প্ৰজ্জ্বল ৰেভান্না। ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ মাজতে দাক্ষিণাত্যৰ ৰাজনীতিত তোলপাৰ লাগিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতি প্ৰজ্জ্বল ৰেভান্না এইবাৰ বিতৰ্কত সোমাই পৰিছে। তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন কেলেংকাৰীৰ অভিযোগ। এই আপত্তিজনক ভিডিঅ’ক লৈ লোকসভা নিৰ্বাচনত জেডি(এছ)ৰ প্ৰাৰ্থী প্ৰজ্জ্বলৰ বিৰুদ্ধে তদন্ত আৰম্ভ হৈছে।

এই সম্পৰ্কীয় ভিডিঅ’টোৰ পৰিপ্ৰেক্ষিতত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই ইতিমধ্যে প্ৰজ্জ্বলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে। ইপিনে, প্ৰজ্জ্বলে দাবী কৰে যে, “ভিডিঅ’টো ভুৱা। তেওঁৰ মুখখন ‘মৰ্ফ’ কৰা হৈছে। নিৰ্বাচনৰ পূৰ্বে তেওঁৰ ভাবমূৰ্তি নষ্ট কৰিবলৈ আৰু ভোটাৰক প্ৰভাৱিত কৰিবলৈ ভিডিঅ’টো ভাইৰেল কৰা হৈছে।” ইতিমধ্যে তেওঁ আৰক্ষীক এফআইআৰ দাখিল কৰিছে।

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাতিৰ বিৰুদ্ধে তদন্তত গঠন কৰা হৈছে বিশেষ তদন্তকাৰী দল। অৱশ্যে তদন্তকাৰীয়ে হতাশজনকভাৱে তালাচী চলোৱাৰ পিছতো প্ৰজ্জ্বলৰ সন্ধান পোৱা নাই।

Apply Now

লগতে পঢ়কঃ IPL 2024: মধুৰ প্ৰতিশোধ! বেট-বলে উজলিল ধোনীৰ চেন্নাই; তুষাৰ দেশপাণ্ডেৰ বিক্ৰমেৰে বিধ্বস্ত হায়দৰাবাদ

ইপিনে, ছ’চিয়েল মিডিয়াত যেতিয়া ভাইৰেল ভিডিঅ’টোক লৈ তোলপাৰ লাগিছে, তাৰমাজতে শনিবাৰে জেডিএছৰ সাংসদগৰাকীয়ে ভাৰতৰ পৰা জাৰ্মানীলৈ ৰাওনা হৈছে বুলি সূত্ৰসমূহৰ পৰা জানিব পৰা গৈছে।

চলিত লোকসভা নিৰ্বাচনত কৰ্ণাটকৰ হাছান আসনৰ পৰা প্ৰজ্জ্বলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ২৬ এপ্ৰিলত তাতেই দ্বিতীয় ৰাউণ্ডৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। যৌন কেলেংকাৰীৰ সৈতে জড়িত প্ৰজ্জ্বলৰ এহেজাৰৰো অধিক ভিডিঅ’ প্ৰকাশ পাইছে। এই বিষয়টো পোহৰলৈ অহাৰ পিছতে দাক্ষিণাত্যৰ ৰাজনীতিৰ ভিতৰত ৰাজনৈতিক ধুমুহা আৰম্ভ হৈছে।

আপত্তিজনক ভিডিঅক লৈ বিপদত জেডিএছৰ সাংসদ প্ৰজ্জ্বল ৰেভান্না। ফাইল ফটোঃ সংগ্ৰহীত।

উল্লেখ্য যে কৰ্ণাটকত জেডি(এছ)ৰ সৈতে আসনৰ সন্মতি দি বিজেপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। স্বাভাৱিকতে যেতিয়া জেডিএছ প্ৰাৰ্থীৰ আপত্তিজনক ভিডিঅ’ পোহৰলৈ আহিছে, তেতিয়া গেৰুৱা শিবিৰতো অস্বস্তি বাঢ়িছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে দলৰ পৰা কোনো প্ৰতিক্ৰিয়া অহা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd