• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আলিগড় মুছলিম বিশ্ববিদ্যালয় চৌহদত প্ৰাক্তন ছাত্ৰক গুলিয়াই হত্যা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 10, 2020 12:14 pm

1 min read

আলিগড় মুছলিম বিশ্ববিদ্যালয় চৌহদত প্ৰাক্তন ছাত্ৰক গুলিয়াই হত্যা

উৎস-ইণ্টাৰনেট

6.7k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ চৌহদত বিশ্ববিদ্যালয়খনৰ এগৰাকী প্ৰাক্তন ছাত্ৰক গুলিয়াই হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বৃহস্পতিবাৰে সন্ধিয়া আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ চৌহদত অচিনাক্ত দুৰ্বৃত্তই ২১ বছৰীয়া প্ৰাক্তন ছাত্ৰ গৰাকীক গুলিয়াই হত্যা কৰে।

” বৰ্তমান ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত দুগৰাকী যুৱকক আটক কৰা হৈছে আৰু তেওঁলোকক সোধ-পোছ অব্যাহত ৰখা হৈছে,” আলিগড় মুছলিম বিশ্ববিদ্যালয়ত অধ্যয়নৰত ৱাছিম আলী নামৰ এগৰাকী গৱেষক ছাত্ৰই এইদৰে উল্লেখ কৰে।

”আলিগড় মুছলিম বিদ্যালয়ৰ চৌহদত নিহত হোৱা ছাত্ৰ গৰাকী বিশ্ববিদ্যালয়খনৰ বৰ্তমান ছাত্ৰ নে প্ৰাক্তন ছাত্ৰ সেই সম্বন্ধে সঠিক কৈ জানিব পৰা হোৱা নাই,” আলীয়ে লগতে কয়।

আনহাতে, এখন শিক্ষানুষ্ঠানৰ চৌহদত গুলিচালনাৰ ঘটনা সংঘটিত হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা প্ৰাক্তন ছাত্ৰী সকলে এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাই বিশ্ববিদ্যালয়খনৰ চৌহদত ছাত্ৰ-ছাত্ৰীসকলৰ নিৰাপত্তাৰ দিশটো সুনিশ্চিত কৰাৰ বাবে আহ্বান জনায়।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd