• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰমক ১৪ দিনৰ বাবে তিহাৰ জেইললৈ প্ৰেৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 5, 2019 7:02 pm
Modi Govt clueless about economy, it's stubborn, mulish: Chidambaram

প্রাক্তন কেন্দ্রীয় বিত্ত মন্ত্রী পি চিদাম্বৰম। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই এন এক্স মিডিয়া গোচৰৰ বৃহস্পতিবাৰে দিল্লীৰ ৰাওজ এভিন্যুউ আদালতে শুনানিৰ পাছতে ইয়াৰ ৰায় প্ৰদান কৰে।

আদালতে পি চিদাম্বৰমক ১৯ ছেপ্টেম্বৰলৈকে অৰ্থাৎ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

Apply Now

পৰৱৰ্তী ১৪ দিন তেওঁ তিহাৰ জেইলত থাকিব। উল্লেখযোগ্য যে চিবিআইয়ে প্ৰাক্তন বিত্ত মন্ত্ৰী চিদাম্বৰক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ বাবে আবেদন কৰিছিল। আনহাতে, চিদাম্বৰৰ অধিবক্তা কপিল চিব্বালে ইয়াৰ বিৰোধিতা কৰিছিল।

তিহাৰ জেইল প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াই জানিব দিয়া মতে, চিদাম্বৰম তিহাৰলৈ আহিলে তেওঁক সাধাৰণ কয়েদীৰ দৰেই জেইলত ৰখা হ’ব।

তিহাৰ জেইল প্ৰশাসনে আদালতৰ নিৰ্দেশটোৰ অপেক্ষা কৰি আছে। সেইটো পোৱাৰ পাছতে তেওঁক জেইলখনৰ কোনটো ৱাৰ্ডত ৰখা হ’ব সেয়া ঠিক কৰা হ’ব।

জানিব পৰা মতে, তেওঁক ৭ নম্বৰ জেইলত ৰখা হ’ব। এই জেইলখনত অৰ্থনৈতিক অপৰাধৰ সৈতে জড়িত ব্যক্তিসকলক ৰখা হয়। চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰকো ৭ নম্বৰ জেইলত ৰখা হৈছিল।

আদালতত শুনানিৰ সময়ত ন্যায়িক জিম্মালৈ প্ৰেৰণৰ বিৰোধিতা কৰি কপিল চিব্বালে কয় যে চিদাম্বৰমৰ বিৰুদ্ধে এতিয়ালৈকে প্ৰমাণ বিনষ্ট কৰাৰ কোনো আৰোপ লগোৱা হোৱা নাই।

তেওঁ কয় যে অভিযুক্তৰ বিৰুদ্ধে তথ্যপাতিৰ এইটো সম্পূৰ্ণ গোচৰ। এইক্ষেত্ৰত অভিযুক্তক জামিন দিব পৰা যায়।

কিন্তু ছলিচিটৰ জেনেৰেলে ইয়াৰ বিৰোধ কৰি কয় যে এই গোচৰ চিদাম্বৰক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা সম্পৰ্কত জড়িত। আদালতেই জামিন আবেদনৰ ওপৰত ৰায় দিব। পৰৱৰ্তী পদক্ষেপো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা সন্দৰ্ভতে হোৱা উচিত।

উল্লেখযোগ্য যে আদাৰতৰ দ্বাৰা পি চিদাম্বৰমক ৫ ছেপ্টেম্বৰ পৰ্যন্ত চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল আৰু আজি সেয়া সম্পূৰ্ণ হয়।

ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়তো এই গোচৰত পি চিদাম্বৰমক আন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হোৱা নাছিল যাৰ ফলত ই ডিৰ বাবে গ্ৰেপ্তাৰৰ পথ মুকলি হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd