• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিয়া নোহোৱাকৈয়ে মাতৃ হ’ল উত্তৰ প্ৰদেশৰ এখন গাঁৱৰ ৪০ গৰাকী কুমাৰী ছোৱালী! ঘটনাটো কি?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 11, 2024 12:38 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ বাৰাণসীৰ মালহিয়া গাঁৱৰ দুটা সম্প্ৰদায়ৰ কমেও ৪০ গৰাকী অবিবাহিত কুমাৰী ছোৱালীয়ে তেওঁলোকৰ মোবাইল ফোনত এটা মেছেজ লাভ কৰে। তাত লিখা আছিল, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ পুষ্টি কাৰ্যসূচীৰ অধীনত গৰ্ভৱতী মাতৃৰ তালিকাত তেওঁলোক আছে।

ইয়াৰ পিছতে ছোৱালীকেইজনী আৰু তেওঁলোকৰ পৰিয়াল আতংকিত হৈ পৰে। গাঁৱখনৰ সাহনী আৰু মল্লেইন সম্প্ৰদায়ৰ এই ছোৱালীকেইজনীয়ে ঘটনা সন্দৰ্ভত ততাতৈয়াকৈ গাঁৱৰ মুৰব্বী অমিত পেটেলৰ সৈতে যোগাযোগ কৰে।

লগতে পঢ়কঃ বেটিং ব্যৰ্থতাই ডুবালে ভাৰতক! টি-২০ শৃংখলাত সমতা স্থাপন কৰিলে দক্ষিণ আফ্ৰিকাই

Apply Now

গাঁওবুঢ়া অমিত পেটেলে এই ঘটনাত চৰম আশ্চৰ্য্য প্ৰকাশ কৰে। তেওঁ কয় যে ছোৱালীকেইজনীয়ে মাতৃ স্বাস্থ্য পঞ্জীয়নৰ বাবে নহয়, ভোটাৰ আইডি আপডেটৰ বাবেহে তথ্য জমা দিয়াৰ কথা আছিল। অংগনবাড়ী কৰ্মীৰ পৰা বিষয়টো জানিব বিচৰাত তেওঁ প্ৰথমে ইয়াক এটা দুৰ্ঘটনা বুলি উৰুৱাই দিয়ে।

পেটেলে প্ৰশ্ন কৰে, ইমান ডাঙৰ ভুল কেনেকৈ হ’ব পাৰে, যাৰ ফলত ৩৫-৪০ জন লোকৰ ওপৰত প্ৰভাৱ পৰিল? তেওঁ অংগনবাড়ী কেন্দ্ৰসমূহৰ কাম-কাজ সন্দৰ্ভত তদন্তৰ দাবী জনাই গাঁওবাসীয়ে উপযুক্ত সাহায্য লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে।

এই সন্দৰ্ভত বাৰাণসীৰ মুখ্য উন্নয়ন বিষয়া হিমাংশু নাগপালে কয় যে, এটা ভুল হৈছিল যাৰ ফলত অবিবাহিত ছোৱালীকেইজনীক গৰ্ভৱতী হিচাপে পঞ্জীয়ন কৰা হৈছিল।

লগতে পঢ়কঃ নিদ্ৰাহীনতাত ভুগিছে! নিশা ভাল টোপনিৰ বাবে চেষ্টা কৰি চাওক এই ৩-২-১ৰ গোল্ডেন ৰুল

নাগপালে লগতে কয় যে ভোটাৰ পঞ্জীয়নৰ দায়িত্বত থকা বুথ পৰ্যায়ৰ বিষয়া হিচাপেও কাম কৰা স্থানীয় অংগনবাড়ী কৰ্মীসকলে ভুলতে ভোটাৰ পঞ্জীয়ন আৰু পুষ্টি কাৰ্যসূচীৰ প্ৰ-পত্ৰ মিহলাই পেলাইছিল। অভিযোগ দাখিল কৰাৰ পিছত ভুলটো ধৰা পৰে আৰু শুধৰাই ডাটা পৰ্টেলৰ পৰা আঁতৰাই পেলোৱা হয়। উক্ত অংগনবাড়ী কৰ্মীজনক জাননী জাৰি কৰা হৈছে আৰু ঘটনাৰ সঠিক তদন্তৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd