• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেটিং ব্যৰ্থতাই ডুবালে ভাৰতক! টি-২০ শৃংখলাত সমতা স্থাপন কৰিলে দক্ষিণ আফ্ৰিকাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2024 10:52 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ মেচত জয়লাভ কৰি দক্ষিণ আফ্ৰিকাই শৃংখলাত সমতা স্থাপন কৰে। এটা অভাৰ বাকী থকা অৱস্থাতে দক্ষিণ আফ্ৰিকাই জয়ৰ বাবে প্ৰয়োজনীয় ৰান সংগ্ৰহ কৰে। ট্ৰিষ্টান ষ্টাবছ আৰু জেৰাল্ড ক’টজীয়ে শেষৰ ফালে খেলখন নিজৰহাতলৈ ঘূৰাই আনে।

ঘৰৰ মাটিত নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্টত সম্পূৰ্ণ বিধ্বস্ত। দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে প্ৰত্যাৱৰ্তন কৰিছিল। কিন্তু দ্বিতীয়খন মেচত জয়ৰ ধাৰা অব্যাহত ৰাখিব নোৱাৰিলে সূৰ্যকুমাৰ বাহিনীয়ে।

দক্ষিণ আফ্ৰিকাৰ অধিনায়ক আইডেন মাৰ্ক্ৰামে টছত জয়লাভ কৰি বেটিং কৰাৰ পৰিৱৰ্তে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ডাৱৰীয়া আকাশ, আদ্ৰ বতৰ সুন্দৰভাৱে কামত লগালে দলৰ বলাৰসকলে।

Apply Now

লগতে পঢ়কঃ ট্ৰাম্পে ফোন কৰিলে পুটিনক, ইউক্ৰেইন যুদ্ধৰ বিষয়ে কি বাৰ্তা দিলে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিয়ে

ইনিংছ আৰম্ভ হোৱাৰ পিছৰে পৰাই ভাৰতে এটা এটাকৈ উইকেট হেৰুৱাইছিল। ফৰ্মত থকা সঞ্জু চেমছনক মাৰ্কো জান্সেনে শূন্য ৰানত আউট কৰে। অভিষেক শৰ্মা আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱ খৰখেদাকৈ পেভলিয়নলৈ উভতি যায়।

তিলক ভাৰ্মা আৰু অক্ষৰ পেটেলে কিছু প্ৰতিৰোধৰ চেষ্টা চলাইছিল। শেষত হাৰ্দিক পাণ্ডিয়াৰ সৌজন্যত টীম ইণ্ডিয়াই ১০০ ৰানৰ সীমা অতিক্ৰম কৰে। নিৰ্দ্ধাৰিত ২০ অভাৰত মাত্ৰ ১২৪ ৰানহে কৰে ভাৰতে। টি-২০ত এইটো একেবাৰেই সন্তোষজনক স্ক’ৰ নহয়।

লগতে পঢ়কঃ অসম ৰাজ্যিক চিৰিয়াখানাত নতুন অতিথিক আদৰণি; জন্ম পালে এটি গঁড়ৰ পোৱালি

বেটছমেনসকল বিফল হোৱা দিনটোত ভাৰতীয় বলাৰসকলে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিছিল। স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে অকলেই ৫টা উইকেট দখল কৰে। তেওঁৰ বলিঙৰ বাবে এসময়ত এনে লাগিছিল যেন ভাৰতে ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিব। কিন্তু সেইটো আৰু নহ’ল! দক্ষিণ আফ্ৰিকাই ৭টা উইকেট হেৰুৱাইও ট্ৰিষ্টান ষ্টাবছ আৰু জেৰাল্ড ক’ট্জীৰ ধৈৰ্যশীল বেটিঙেৰে খেলখনত জয় আজুৰি নিয়ে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm
বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm
বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd