• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজ নিশা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক আক্ৰমণ কৰা ৪ অভিযুক্তই লাভ কৰিলে জামিন

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 17, 2020 6:17 pm

1 min read

index.jpgaa
345
VIEWS
Share on FacebookShare on Twitter

জামিন পালে জুবিন গাৰ্গক নিশা ৰাজপথত আক্ৰমণ কৰিবলৈ চেষ্টা কৰা ৪ অভিযুক্তই।

গুৱাহাটী CJM কৰ্টে জামিন মঞ্জুৰ কৰে NSUIৰ নেতা কেইজনৰ।

জামিন লাভ কৰিলে ক্ৰমে ডঃ অৰূপজ্যোতি তালুকদাৰ, হীৰকজ্যোতি ৰাজবংশী, দিশান ভাগৱতী আৰু গীতাৰ্থ ডেকাই।

প্ৰতিজন অভিযুক্তই ১০,০০০ টকা বণ্ডৰ বিনিময়ত জামিন লাভ কৰে।

অহা ৫ দিনৰ ভিতৰত অভিযুক্তকেইজনক দিছপুৰ থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে আদালতে।

বৰ্তমানলৈকে দিছপুৰ আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাছিল অভিযুক্তক।

নৈশ কাৰ্ফিউ চলি থকা মাজতে যোৱা ১৩ জুলাই নিশা জুবিনক আক্ৰমণৰ চেষ্টা চলোৱা বুলি অভিযোগ তুলি দিছপুৰ থানাত ১২৩৫/২০ নম্বৰত গোচৰ ৰুজু কৰা হৈছিল।

তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৪৩/১৮৮/২৬৯/২৭০/৩৪১/২৯৪/৫০০/৫০৬ ধাৰাত গোচৰ ৰুজু কৰিছিল আৰু গোটেইকেইটাতে অগ্ৰিম জামিন লাভ কৰে অভিযুক্তকেইজনে।

Recent News

IMG_20210218_122026

বিজেপিৰ সংগ এৰিলে আৰু এটা দলে; ক্ৰমাৎ হ্ৰাস পাইছে এনডিএৰ শক্তি!

IMG_20210414_113815

কৰ’না সংক্ৰমণৰ মাজতে আজি গৰু বিহু উদযাপন; যোগীবাৰী বিলত গৰু বিহু পালন খুমটাইৰ বিধায়কৰ

india-corona

দেশত দৈনিক কৰ’না সংক্ৰমণৰ পূৰ্বৰ সকলো অভিলেখ ভংগ! এদিনত মৃত্যু ১,০২৭জনৰ

Garu Bihu

লাঁও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা! টীয়কৰ জাঁজী নৈত সমূহীয়া গৰু বিহু উদযাপন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd