• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এটা ফেচবুক প’ষ্টক কেন্দ্ৰ কৰি বাংলাদেশত আৰক্ষী-জনতাৰ সংঘৰ্ষ; চাৰিজন লোক নিহত

এন ই নাও নিউজ by এন ই নাও নিউজ
October 21, 2019 1:09 pm
Bangladesh-clash

এটা ফেচবুক প'ষ্টক কেন্দ্ৰ কৰি বাংলাদেশৰ ভোলাত আৰক্ষী-জনতাৰ মাজত সংঘৰ্ষ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হজৰত মহম্মদক লৈ এটা বিতৰ্কিত ফেচবুক প’ষ্টে বাংলাদেশৰ পৰিৱেশ উত্তাল কৰি তুলিছে। উক্ত ফেচবুকৰ প’ষ্টৰ প্ৰতিবাদত সমবেত হোৱা এদল উন্মত্ত লোকৰ ওপৰত আৰক্ষীয়ে গুলীচালনা কৰে।

আৰক্ষীৰ গুলীচালনাৰ ফলত চাৰিজন লোক নিহত হয়। দেওবাৰে বাংলাদেশৰ দক্ষিণত অৱস্থিত ভোলাৰ বোৰহানুদ্দিনত এই ঘটনা সংঘটিত হৈছে।

Apply Now

আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত লগতে শতাধিক লোক আহত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত বিজিবিৰ ৪টা কোম্পানী নিয়োগ কৰা হৈছে।

এটা কোম্পানীক ততাতয়াকৈ হেলিকপ্টাৰেৰে নি ঘটনাস্থলীত উপস্থিত কৰোৱা হয়। বাকী তিনিটা কোম্পানী স্থলপথেৰে গৈ তাত উপস্থিত হয়।

জানিব পৰা মতে, এটা ফেচবুক প’ষ্টত হজৰত মহম্মদ আৰু ইছলামক উপলুঙা কৰাৰ অভিযোগ উত্থাপন হয়। ইয়াক কেন্দ্ৰ কৰি একাংশ লোক ক্ষুব্ধ হৈ পৰে।

ভোলাৰ বোৰহানুদ্দিন অঞ্চলত ৰাতিপুৱা ১১ বজালৈকে প্ৰতিবাদকাৰীসকলে বিক্ষোভ প্ৰদৰ্শন কৰে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গৈ উন্মত্ত জনতাৰ সৈতে বাৰে বাৰে সংঘৰ্ষত লিপ্ত হৈ পৰে।

আৰক্ষীক লক্ষ্য কৰি প্ৰতিবাদকাৰীসকলে শিলাবৰ্ষণ কৰাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে প্ৰথমতে কন্দুৱা গেছ প্ৰয়োগ কৰে আৰু যদিও পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱাত গুলী চালনা কৰে।

এই সংৰ্ঘষৰ ফলত চাৰিজন লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হয়।

সূত্ৰসমূহৰ খবৰ অনুসৰি, ভোলাৰ কাচিয়া য়ুনিয়নৰ বাসিন্দাৰ বিপ্লৱ নামৰ এজন যুৱকে হজৰত মহম্মদ আৰু ইছলামক উপলুঙা কৰি এটা ফেচবুক প’ষ্ট দিয়ে। ইয়াৰ পাছতে বিষয়টোক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হয়।

ইয়াৰ মাজতে আৰক্ষীয়ে উক্ত যুৱকজনকে ধৰি দুজনক গ্ৰেপ্তাৰ কৰে। ইপিনে, ফেচবুক প’ষ্টটোৰ প্ৰতিবাদত দেওবাৰে স্থানীয় মুছলমান সংগঠনে প্ৰতিবাদী সমাৱেশৰ আহ্বান দিয়ে।

প্ৰতিবাদকাৰীসকলে বোৰহানুদ্দিনত এখন প্ৰতিবাদী সমাৱেশ অনুষ্ঠিত কৰিবলৈ বিচৰাত আৰক্ষীয়ে বাধা দিয়ে। ইয়াতেই দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd