DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home স্বাস্থ্য

এই চাৰিটা ভুলে আপোনাৰ ব্লাড চুগাৰ বৃদ্ধি কৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2020 3:41 pm
Four mistakes diabetics shouldn't make

সৌজন্য-- Newscrab

35.4k
VIEWS
Share on FacebookShare on Twitter

ডায়েবেটিছ ৰোগীসকলৰ বাবে তেজৰ চুগাৰ নিয়ন্ত্ৰণত ৰখাটো অত্যন্ত প্ৰয়োজন।

কিন্তু কিছুমান ভুলে এনে ৰোগীসকলক অধিক বিপদত পেলায়।

আমি ইয়াত এনে চাৰিটা ভুল আপোনালোকলৈ আগবঢ়াইছো।

পুৱাৰ আহাৰ

আন লোকৰ বাবেও পুৱাৰ আহাৰ খোৱাটো গুৰুত্বপূৰ্ণ। কিন্তু ডায়েবেটিছ ৰোগীসকলৰ বাবে ই অধিক গুৰুত্বপূৰ্ণ।

ৰাতিপুৱাৰ দৌৰাদৌৰিত যদি আপুনি পুৱাৰ আহাৰ নাখায়, তেন্তে ই আপোনাৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

পুৱাৰ আহাৰ গ্ৰহণে তেজৰ চুগাৰ নিয়ন্ত্ৰণত ৰাখে।

স্বাস্থ্যসন্মত আহাৰ

ডায়েবেটিছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আহাৰ হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান। আপুনি কি খাইছে সি তেজৰ চুগাৰৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলায়।

নিয়মীয়া পৰীক্ষা

ডায়েবেটিছ ৰোগীৰ বাবে নিয়মীয়া তেজ পৰীক্ষা জৰুৰী। ইয়াৰ জৰিয়তে চুগাৰৰ পৰিমাণ গম পোৱা যায়। পৰীক্ষাত যদি আপুনি চুগাৰৰ পৰিমাণ অধিক পাইছে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

নিদ্ৰা

কম টোপনিৰ বাবে তেজৰ চুগাৰ বৃদ্ধি হ’ব পাৰে। খোৱা-শোৱাত অনিয়মিয়তাই ডায়েবেটিছ ৰোগীৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলায়।

Recent News

নাই পানী যোগান : হাতে হাতে বাল্টি লৈ আপৰ সদস্যই ঘেৰাও কৰিলে পৌৰ নিগমৰ কাৰ্যালয়

নাই পানী যোগান : হাতে হাতে বাল্টি লৈ আপৰ সদস্যই ঘেৰাও কৰিলে পৌৰ নিগমৰ কাৰ্যালয়

কেৱল মোদীৰ ইমেজ আৰু হিন্দুত্বই নহয় যথেষ্ট! নিৰ্বাচনৰ পূৰ্বে বিজেপিক সকিয়নী আৰএছএছৰ

কেৱল মোদীৰ ইমেজ আৰু হিন্দুত্বই নহয় যথেষ্ট! নিৰ্বাচনৰ পূৰ্বে বিজেপিক সকিয়নী আৰএছএছৰ

স্ত্ৰী শিক্ষাৰ বিৰোধী! স্কুলীয়া ছাত্ৰীক বিহ দি হত্যাৰ চেষ্টা! অসুস্থ ৮০ গৰাকী ছাত্ৰী

স্ত্ৰী শিক্ষাৰ বিৰোধী! স্কুলীয়া ছাত্ৰীক বিহ দি হত্যাৰ চেষ্টা! অসুস্থ ৮০ গৰাকী ছাত্ৰী

জঘন্য : মৰিয়নীত চলন্ত ৰে’লৰ পৰা দলিয়াই দিয়া হ’ল ৭ বছৰীয়া শিশুক!

জঘন্য : মৰিয়নীত চলন্ত ৰে’লৰ পৰা দলিয়াই দিয়া হ’ল ৭ বছৰীয়া শিশুক!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd