• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাৰিমাহৰ ল’কডাউনৰ বাবে দেশত ৩৭-৭৮ হাজাৰ লোকৰ জীৱন ৰক্ষা পৰিছিল; সংসদত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ মন্তব্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 14, 2020 7:35 pm

1 min read

চাৰিমাহৰ ল’কডাউনৰ বাবে দেশত ৩৭-৭৮ হাজাৰ লোকৰ জীৱন ৰক্ষা পৰিছিল; সংসদত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ মন্তব্য
256
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কেন্দ্ৰ চৰকাৰে ঘোষণা কৰা চাৰি মাহৰ ল’কডাউনৰ ফলত প্ৰায় ১৪-২৯ লাখ সংক্ৰমণ কমকৈ হৈছে আৰু ৩৭-৭৮ হাজাৰ লোকৰ মৃত্যু কমকৈ হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে মন্তব্য কৰে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডা০ হৰ্ষবৰ্দ্ধনে আজিৰে পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত সদনত এই কথা প্ৰকাশ কৰে।

”ল’কডাউনৰ চাৰিমাহ সময় অতিৰিক্ত স্বাস্থ্য সুবিধা গঢ়া, মানৱ সম্পদ সাজু কৰাকে ধৰি পি পি ই কিট, এন-৯৫ মাস্ক আৰু ভেণ্টিলেটৰ ব্যৱস্থা কৰাত ব্যয় কৰা হৈছে,” স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্দ্ধনে সংসদৰ মজিয়াত এইদৰে কয়।

উল্লেখযোগ্য যে, দেওবাৰে ভাৰতত কেতিয়ালৈ ক’ৰ’না ভেকচিন উপলব্ধ হ’ব সেই সম্বন্ধেও মত প্ৰকাশ কৰিছিল হৰ্ষবৰ্দ্ধনে।

হৰ্ষবৰ্দ্ধনে ২০২১ চনৰ এপ্ৰিল মাহৰ পূৰ্বে ভাৰতত ক’ৰ’নাৰ ভেকচিন উপলবদ্ধ হ’ব বুলি উল্লেখ কৰি যদিহে জনসাধাৰণৰ এই ভেকচিনক লৈ বিশ্বাসৰ অভাৱ হয় তেন্তে তেওঁ নিজে প্ৰথমে এই ভেকচিন গ্ৰহণ কৰিব বুলি মন্তব্য কৰিছিল।

Recent News

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd