DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱৰ ধৰমতুলত ৪গৰাকী চোৰাং কাঠ বেপাৰীৰ আত্মসমৰ্পণ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2019 6:33 pm
smuggled timber

প্ৰতিনিধিত্বমূলক ছবি

766
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ ধৰমতুল ৰেঞ্জত আজি ৪গৰাকীকৈ দুৰ্ধৰ্ষ চোৰাং কাঠ বেপাৰীয়ে আত্মসমৰ্পণ কৰে। ধৰমতুলৰ ৰেঞ্জাৰ সঞ্জীৱ বৰদলৈৰ ওচৰত আত্মসমৰ্পণৰ সময়ত চোৰাং কাঠ বেপাৰীকেইজনে কাঠ কটা কৰট, কুঠাৰ আদি বিভিন্ন সামগ্ৰী জমা দিয়ে।

প্ৰাপ্ত তথ্য মতে দীৰ্ঘদিনৰ পৰা ধৰমতুল আৰু আমচৈ সংৰক্ষিত বনাঞ্চলত কাঠৰ চোৰাং বেপাৰ চলাই অহা চোৰাং বেপাৰী কেইজনক সুশীল পাটৰ, গোবিন্দ্ৰ পাটৰ, শুভম পাটৰ আৰু অমিত টিমুং বুলি চিনাক্ত কৰা হৈছে।

ৰেঞ্জাৰ সঞ্জীৱ বৰদৈলয়ে সংবাদ মাধ্যমৰ আগত জনোৱা মতে চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ লগতে স্থানীয় গাঁওবাসীৰ সহায় সহযোগত চোৰাং কাঠ বেপাৰী কেইজনে আত্মসমৰ্পণ কৰে।

উল্লেখযোগ্য যে তেওঁ ধৰমতুল ৰেঞ্জৰ ৰেঞ্জাৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ৩ মাহৰ ভিতৰত আজিৰ ৪ গৰাকীক ধৰি এতিয়ালৈকে মুঠ ৯ গৰাকী চোৰাং কাঠ বেপাৰীয়ে আত্মসমৰ্পণ কৰিছে বুলি সঞ্জীৱ বৰদৈলয়ে জনায়।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd