DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, March 21, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Kaziranga National Park: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ভাল খবৰ; বুঢ়াপাহাৰ বনাঞ্চলত বন্দুকসহ আত্মসমৰ্পণ ৪ যুৱকৰ

ৰিদীপ শৰ্মা, কলিয়াবৰ by ৰিদীপ শৰ্মা, কলিয়াবৰ
June 14, 2022 7:41 pm
240
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলত চাৰিজন যুৱকে আজি বন্দুকসহ আত্মসমৰ্পন কৰে।

বুঢ়াপাহাৰ বনাঞ্চলত ৰাষ্ট্ৰীয় উদ্যানখনৰ DFO ৰমেশ গগৈৰ উপস্থিতিত যুৱক  চাৰিজনে আত্মসমৰ্পন কৰে। যুৱককেইজনে হাতত বন্দুকলৈ আত্মসমৰ্পন কৰে।

আত্মসমৰ্পনকাৰী চাৰিজন যুৱক হৈছে ক্ৰমে-অনিত তাঁতী¸ ৰাহুল ভূমিজ¸ ইচাক প্ৰধান আৰু এতুৱা মুণ্ডা।

লগতে পঢ়ক: World Blood Donor Day: ৰক্তদান কৰি যুৱকে দেখুৱাইছে আদৰ্শ; এতিয়ালৈকে ১৩৮ বাৰ ৰক্তদান কৰিলে বিশ্বনাথৰ বিলাল শ্বেখে

আত্মসমৰ্পণকাৰী আটাইকেইজন যুৱকৰ ঘৰ কলিয়াবৰৰ জখলাবন্ধা থানা এলেকাধীন শাকমুঠিয়াত।

তেওঁলোকে হস্তনিৰ্মিত ২টা বন্দুক আৰু মাৰণাস্ত্ৰ নিৰ্মাণ সঁজুলি জমা দিয়ে।

উল্লেখ্য যে দীৰ্ঘসময় ধৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ দুস্প্ৰাপ্য চৰাই-চিৰিকটি আদি নিধন কৰি মাংস বিক্ৰী কৰিছিল এই চাৰিজন যুৱকে।

ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সৈতে হোৱা এলানি আলোচনাৰ পাছতেই আজি মূলসূঁতিলৈ ঘূৰি আহে যুৱক চাৰিজন।

লগতে পঢ়ক: স্বামীক হত্যা: ‘হাউ টু মাৰ্ডাৰ ইয়ৰ হাজবেণ্ড’ গ্ৰন্থৰ লেখিকাক যাৱজ্জীৱন কাৰাদণ্ড!

আত্মসমৰ্পণ কৰা যুৱক চাৰিজনক আৰ্থিক সংস্থাপনৰ কাৰণে আৰণ্যকৰ জড়িয়তে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই যোগাযোগ কৰাই দিব বুলি জানিব পৰা গৈছে।

Recent News

Woman suicide over dowry demand

যৌতুকৰ দাবীৰে স্বামীগৃহত নিৰ্যাতন: গৰৈমাৰীত আত্মহত্যা দুই সন্তানৰ মাতৃৰ

Kejriwal

তৃতীয় মৰ্চাৰ কুচকাৱাজ! পত্ৰ যোগে সাত ৰাজ্যৰ মুখ্যমন্ত্ৰীক দিল্লীলৈ নিমন্ত্ৰণ কেজৰিৱালৰ

Man Kills Live-In Partner

বৰ্বৰ! মহাৰাষ্ট্ৰত মহিলাক কাঁচিৰে ৰেপি হত্যা লিভ ইন পাৰ্টনাৰৰ

BSF woman jawan commits suicide

কোচবিহাৰত নিজ কোৱাৰ্টাৰত আত্মহত্যা বি এছ এফ-ত কৰ্মৰত অসমৰ মহিলা জোৱানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd