• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কৰ জাঁজীমুখত বিজেপিৰ উদ্যোগত পশু চিকিৎসা শিবিৰ অনুষ্ঠিত

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , August 13, 2020 2:45 pm

1 min read

টীয়কৰ জাঁজীমুখত বিজেপিৰ উদ্যোগত পশু চিকিৎসা শিবিৰ অনুষ্ঠিত

ফটো : নৰ্থ-ইষ্ট নাও

163
VIEWS
Share on FacebookShare on Twitter

আজি যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ বান বিধস্ত অঞ্চল জাঁজীমুখৰ প্লেটফৰ্ম, জপং গাঁও, বেজৰচিগা, ভকত গাঁও, কুমাৰ গাঁও অঞ্চলত ভাৰতীয় জনতা পাৰ্টি কলিয়াপানী মণ্ডলৰ উদ্যোগত আৰু কাকজান ৰাজ্যিক পশু চিকিৎসালয়ৰ সহযোগত এক বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়।

জাঁজীমুখ প্লেটফৰ্মত অনুষ্ঠিত হোৱা বান বিধস্ত অঞ্চল সমূহৰ প্ৰায় এক হাজাৰ পশু ধনৰ টীকাকৰণকে ধৰি বিভিন্ন ঔষধ পাতি প্ৰদান কৰা হয়।

কলিয়াপানী মণ্ডলৰ উপসভাপতি অভিজিত বৰুৱাই উদ্দেশ্য বাখ্যা কৰা চিকিৎসা শিবিৰটো আনুস্থানিকভাৱে উদ্বোধন কৰে ৰাষ্ট্ৰীয় কৃষি বিপনন পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰাই।

চিকিৎসা শিবিৰত বিজেপিৰ জিলা সভাপতি কামাখ্যা মোহন দাস, সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈ, টীয়ক ৰাজহ চক্ৰ বিষয়া আকাশী দুৱৰা, পশু চিকিৎসক ডাঃ প্ৰবীণ কুমাৰ নেওঁগ, কলিয়াপানী ব্লক সভাপতি দীপক শইকীয়া প্ৰমুখ্যে দলীয় কৰ্মকর্তা সকল উপস্থিত থাকে।

Recent News

Schools_during_COVID19_16

ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণ : গুৱাহাটীত বন্ধ কৰা হ’ল বহুকেইখন বিদ্যালয়

Covid-test-image-1-1

স্তব্ধ হোৱা নাই অসমত কৰ’নাৰ সংক্ৰমণ; আজি ৰাজ্যখনত পুনৰ ১৩৬৭গৰাকী লোক আক্ৰান্ত

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd