• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Rahul Gandhi ‘নেচনেল হেৰাল্ড’ গোচৰ: ৰাহুল গান্ধীলৈ পুনৰ জাননী এনফোৰ্চমেণ্ট সঞ্চালকালয়ৰ, ১৩ জুনত হাজিৰ হোৱাৰ নিৰ্দেশ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 4, 2022 9:59 am
Rahul-Gandhi
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

New Delhi: এনফোৰ্চমেণ্ট সঞ্চালকালয়ে (ইডি) ‘নেচনেল হেৰাল্ড’ গোচৰ সন্দৰ্ভত কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত সাংসদ ৰাহুল ১৩ জুনত সংস্থাটোৰ সন্মুখত হাজিৰ হ’বলৈ নতুনকৈ চমন জাৰি কৰিছে।

উল্লেখ্য ইডিয়ে ছোনিয়া গান্ধীক ৮ জুনত ইডিৰ সন্মুখত হাজিৰ হ’বলৈ কৈছিল। কিন্তু ছোনিয়া গান্ধী কোভিডত আক্ৰান্ত হোৱা বাবে তেওঁ ইডিৰ সন্মুখত উক্ত দিনা হাজিৰ হ’ব পাৰিবনে নাই সেই কথাত সন্দেহ আছে।

Apply Now

ৰাহুল গান্ধীয়ে বৰ্তমান লণ্ডন ভ্ৰমণ কৰি আছে। সেয়ে তেওঁ ২ জুমত ইডিৰ সন্মুখত হাজিৰ হ’ব নোৱাৰিলে।

ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীলৈ চমন জাৰিৰ পূৰ্বে ইডিয়ে কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু পৱন বনচালক জেৰা কৰিছিল।

“ৰাহুল গান্ধীক আগতে ২ জুনত হাজিৰ হ’বলৈ কোৱা হৈছিল, কিন্তু তেওঁ দেশৰ বাহিৰত থকাৰ বাবে নতুন তাৰিখ বিচাৰিছিল,” ইডিৰ এজন বিষয়াই কয়।

গান্ধী পৰিয়ালৰ সদস্যৰ লগতে আন বহুতৰে নাম জৰিত হৈ থকা ‘নেচনেল হেৰাল্ড’ গোচৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীলৈ চমন জাৰি কৰাৰ বিষয়টোৱে পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই কথাই এতিয়া কংগ্ৰেছৰ অন্দৰ মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।

২০১১-১২ চনৰ ‘নেচনেল হেৰাল্ড’ গোচৰৰ সতে সম্পৰ্কীত ধনৰ অবৈধ লেনদেনৰ এটা গোচৰত এই চমন জাৰি কৰা হৈছে। এই গোচৰৰ তদন্তকাৰী বিষয়াৰ সন্মুখত ৮ জুনত ছোনিয়া গান্ধীক হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল । আনহাতে ৰাহুলক ২ জুনৰ দিনা ইডিৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল।

উল্লেখ্য নেচনেল হেৰাল্ড গোচৰত অভিযুক্ত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী আৰু তেওঁৰ পিত্ৰ ৰাহুল গান্ধীসহ অন্য অভিযুক্তৰ পৰা সহযোগিতা কামনা কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ে।দিল্লী উচ্চ ন্যায়ালয়ে বিজেপিৰ সাংসদ সুব্ৰমণিয়াম স্বামীয়ে দাখিল কৰা এক আবেদনৰ বিচাৰ প্ৰক্ৰিয়াত ছোনীয়া গান্ধী আৰু পুত্ৰ ৰাহুল গান্ধীসহ অন্য অভিযুক্তসকলৰ সহযোগিতাৰ কামনা কৰিছিল।

দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুৰেশ কাইটে এখন জাননী যোগে বিজেপি সাংসদ সুব্ৰমণিয়াম স্বামীৰ আবেদনৰ সন্দৰ্ভত গান্ধী পৰিবাৰ লগতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক অস্কাৰ ফাৰ্ণাণ্ডেজ, চুমন ডুবে, শাম পিট্ৰ’ডা আৰু য়ঙ ইণ্ডিয়াৰ স্থিতি কি জানিব বিচাৰিছিল।

উল্লেখ্য যে গান্ধী পৰিয়ালৰ লগতে অন্যান্য অভিযুক্তসকলে ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেড(ৱাইআই) আৰু নেশ্যনেল হেৰাল্ডৰ মালিক পক্ষ এচ’ছিয়েট জাৰ্ণেলছ প্ৰাইভেট লিমিটেডৰ পুঁজি অপব্যৱহাৰত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি আহিছে সুব্ৰমণিয়াম স্বামীয়ে।

 

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am
ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd