• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১ জুনৰ পৰা দেশত দৈনিক ২০০ খন শীত-তাপ নিয়ন্ত্ৰণ ব্যৱস্থা বিহীন যাত্ৰীবাহী ৰে’লৰ চলাচল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 20, 2020 11:38 am

1 min read

১ জুনৰ পৰা দেশত দৈনিক ২০০ খন শীত-তাপ নিয়ন্ত্ৰণ ব্যৱস্থা বিহীন যাত্ৰীবাহী ৰে’লৰ চলাচল

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1.2k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ৰে’লৱে ১ জুনৰ পৰা সময় সূচী অনুসৰি দেশত দৈনিক ২০০ খন শীত-তাপ নিয়ন্ত্ৰণ ব্যৱস্থা বিহীন যাত্ৰী বাহী ৰে’ল চলাব।

ৰে’ল মন্ত্ৰী পিযুষ গোৱেলে মঙলবাৰে যাত্ৰীবাহী ৰে’ল চলোৱা সন্দৰ্ভত এই ঘোষণা কৰে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ১ জুনৰ পৰা চলিবলগীয়া যাত্ৰীবাহী ৰে’লত ভ্ৰমণৰ বাবে প্ৰয়োজনীয় টিকত বুকিঙৰ কামো অনলাইন যোগে শীঘ্ৰে আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে।

ৰে’ল মন্ত্ৰী পিযুষ গোৱেলে দুদিনৰ ভিতৰত দেশত শ্ৰমিক ৰে’লৰ সংখ্যাও দুগুণ কৰি ৪০০ লৈ বৃদ্ধি কৰা হ’ব বুলি মত প্ৰকাশ কৰে।

‘‘দুদিনৰ ভিতৰত আমি দেশত দৈনিক চলি থকা শ্ৰমিক ৰে’লৰ সংখ্যা দুগুণ বৃদ্ধি কৰি ৪০০ কৰিম,’’ গোৱেলে লগতে কয়।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে ৰে’ল মন্ত্ৰ্যালয়ে যাত্ৰীবাহী ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও দেশত ক’ৰ’নাৰ সংক্ৰমণ হ্ৰাস নোপোৱাত সেই সিদ্ধান্ত বাতিল কৰিছিল।

আনহাতে, ল’কডাউনৰ বাবে দেশৰ বিভিন্ন স্থানত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক সকলক স্বগৃহলৈ ঘুৰাই অনাৰ বাবে ৰে’ল বিভাগে ১ মে’ৰ শ্ৰমিক ৰে’লৰ ব্যৱস্থা কৰিছিল।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd