• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজিৰ পৰা ৰাজ্যৰ গ্ৰীণ জ’নত খুলিব সুৰাৰ বিপণী

Kalpa Saikia কল্পজ্য়োতি শইকীয়া
গুৱাহাটী , May 2, 2020 7:02 pm

1 min read

4k
VIEWS
Share on FacebookShare on Twitter

ল’কডাউনৰ সময়ত গ্ৰীণ জ’ন এলেকা সমূহত আজিৰে পৰা সুৰাৰ বিপণী সমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

আবকাৰী বিভাগৰ জন সম্পৰ্কৰক্ষী বিষয়া শৈলেন্দ্ৰ পাণ্ডেই আমাৰ সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, অহা ৪ মে’ ৰ পৰা দেশৰ সুৰাৰ বিপণী সমূহ খোলাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে অনুমতি প্ৰদান কৰিছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ৰ নিয়ম অনুসৰি গ্ৰীন জ’নত সুৰাৰ বিপণী সমূহ খুলিব পৰা যাব। অৱশ্যে, সুৰাৰ বিপণী খোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে নিজে সিদ্ধান্ত ল’ব পাৰিব।

সুৰাৰ বিপণী খোলাৰ নিৰ্দেশ দিলেও এই ক্ষেত্ৰত গ্ৰাহক সকলে সামাজিক দূৰত্ব বজায় ৰখাৰ লগতে আন কিছু নীতি-নিৰ্দেশনা পালন কৰিব লাগিব। গ্ৰাহকসকলে সুৰাৰ বিপণীৰ বাহিৰত ছয়ফুট দূৰত্ব বজাই ৰাখিব লাগিব বুলি নিৰ্দেশনাটোত উল্লেখ আছে।

আনহাতে, সুৰাৰ বিপণী সমূহৰ সন্মুখত পাঁচজনত কৈ অধিক ব্যক্তি সমবেত হ’ব নোৱাৰিব বুলি নিৰ্দেশনা দিয়া হৈছিল।

ৰাজহুৱা স্থানত সুৰাপান কৰিব নোৱাৰিব বুলিও উল্লেখ আছে নিৰ্দেশনাত।

Recent News

Imran-1

চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণে ভাবুকি মাতিছে টীয়কৰ পৌৰাণিক কীৰ্তি চিহ্নলৈ

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd