DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনতাক সামান্য সকাহ: হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য,কিমান কমিব?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 21, 2022 7:56 pm
petroldiesel_3
126
VIEWS
Share on FacebookShare on Twitter

দেশৰ জনতাক আংশিক সকাহ দি আজি কেন্দ্ৰীয় চৰকাৰে ইন্ধনৰ মূল্য সামান্য হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে।

সেইমৰ্মে পেট্ৰ’লৰ মূল্য ৯.৫০ টকা আৰ ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৭ টকাকৈ হ্ৰাস কৰা হ’ব।

আজি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ভয়ংকৰ মুদ্ৰাস্ফীতিৰ মাজতে ইন্ধনৰ মূল্যৰ ওপৰত কেন্দ্ৰীয় আবকাৰী শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। পেট্ৰ’লৰ ওপৰত কেন্দ্ৰীয় আবকাৰী শুল্ক প্ৰতি লিটাৰত ৮ টকাকৈ হ্ৰাস কৰা হৈছে আৰু ডিজেলৰ ওপৰত সেই শুল্ক প্ৰতি লিটাৰত ৬ টকাকৈ হ্ৰাস কৰা হৈছে।

তেওঁ লগতে কয় যে এনেদৰে কেন্দ্ৰীয় আবকাৰী শুল্ক হ্ৰাস কৰাৰ ফলত চৰকাৰে ১ লাখ কোটি টকা হেৰুৱাব।

মন্ত্ৰীগৰাকীয়ে ৰাজ্যসমূহক একে ধৰণৰ কৰ্তন কাৰ্যকৰী কৰিবলৈ আৰু সাধাৰণ মানুহক লাভাৱান্বিত কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য শেহতীয়াকৈ পেট্ৰ’ল, ডিজেলৰ দাম চৰকাৰে একপ্ৰকাৰ ধাৰাবাহিক ভাবে বৃদ্ধি কৰি গৈছিল।

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাৰ্শ্বক্ৰিয়া হিচাবেই ইন্ধনৰ মূল্য বৃদ্ধি কৰা হৈ আহিছে বুলি চৰকাৰে কৈ আহিছে।

Recent News

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Sivasagar

শিৱসাগৰ কোঁৱৰপুৰত অঘটন : চোকা অস্ত্ৰৰে এজন যুৱকে হত্যা কৰিলে দুটাকৈ গোধন

Himanta Biswa Sharma

ৰাজ্যসভাৰ সাংসদ হৈয়ো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হ’ল পবিত্ৰ মাৰ্ঘেৰিটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd