DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‍‘৭০ বছৰে ভিক্ষা খুজি আছে পাকিস্তানে’, আফ্ৰিদীক প্ৰত্যুত্তৰ গৌতম গম্ভীৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2020 6:57 pm
Gautam-Gambhir-Facts-in-Hin

প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ।

3.4k
VIEWS
Share on FacebookShare on Twitter

আপত্তিজনক মন্তব্যৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰি থকা পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ছাহিদ আফ্ৰিদীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ কৰা এটা মন্তব্যই পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে।

প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে কাশ্মীৰৰ প্ৰসংগ উত্থাপন কৰি প্ৰধান মন্ত্ৰী মোদীৰ মন মগজুত ক’ৰ’নাতকৈও ভয়াবহ বেমাৰ আছে আৰু সেয়া ধৰ্মৰ বেমাৰ বুলি মন্তব্য কৰে।

এই মন্তব্যৰ পিছতেই আফ্ৰিদীক উভতি ধৰিছে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা সাংসদ গৌতম গম্ভীৰ আৰু হৰভজন সিঙে।

আফ্ৰিদীৰ মন্তব্যৰ প্ৰত্যুত্তৰত গম্ভীৰে কয় যে আফ্ৰিদী, ইমৰাণ খান আৰু ৱাজবাৰ দৰে বিদ্ৰূপকাৰী(জ’কাৰ)এ পাকিস্তানৰ লোকসকলক মূৰ্খ বনোৱাৰ বাবে কাশ্মীৰৰ প্ৰসংগ টানি আনি ভাৰত আৰু আমাৰ প্ৰধান মন্ত্ৰীৰ বিৰুদ্ধে এনেধৰণৰ মন্তব্য কৰি আহিছে।

গম্ভীৰে লগতে কয় যে ছাহিদ আফ্ৰিদীৰ দৰে ১৬ বছৰীয়া এজন লোকে কয় যে পাকিস্তানৰ ৭ লাখ সেনাৰ পিছত ২০ কোটি জনতা আছে, তথাপিও ৭০ বছৰ ধৰি কাশ্মীৰৰ বাবে ভিক্ষা খুজি আছে।

ইয়াৰ উপৰি গম্ভীৰে আফ্ৰিদীক বাংলাদেশ মনত আছে নে বুলিও প্ৰশ্ন কৰে।

ইফালে হৰভজন সিঙে ইণ্ডিয়া টুডেক দিয়া এটা সাক্ষাতত কয় যে ছাহিদ আফ্ৰিদীয়ে আমাৰ দেশ আৰু প্ৰধান মন্ত্ৰীক লৈ কৰা মন্তব্য গ্ৰহণযোগ্য নহয়। এই ক্ষেত্ৰত আফ্ৰিদীয়ে সীমা অতিক্ৰম কৰা বুলিও হৰভজনে মন্তব্য কৰে।

Recent News

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যাৰ ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ, দুগৰাকী মহিলাক আটক চিবিআইৰ

মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যাৰ ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ, দুগৰাকী মহিলাক আটক চিবিআইৰ

অৰুণাচলত আটক দুই আলফা (স্বাধীন) কেডাৰ

অৰুণাচলত আটক দুই আলফা (স্বাধীন) কেডাৰ

Gandhi Jayanti 2023:  জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জয়ন্তীত তেওঁৰ কেইটামান বিখ্যাত উক্তি

Gandhi Jayanti 2023: জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জয়ন্তীত তেওঁৰ কেইটামান বিখ্যাত উক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd