• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বি টি আৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী গণ সুৰক্ষা পাৰ্টিৰ; প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী, মুখ্য মন্ত্ৰীক সাংসদ নৱ কুমাৰ শৰণীয়াৰ স্মাৰক পত্ৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 24, 2020 9:49 pm
নৱ কুমাৰ শৰণীয়া

নৱ কুমাৰ শৰণীয়া

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বি টি আৰ নিৰ্বাচন সাময়িকভাৱে স্থগিত ৰখাৰ পাছত বি টি এ ডিত ৰাজ্যপালৰ শাসন দাবী কৰিছে গণ সুৰক্ষা পাৰ্টিয়ে।

আগন্তুক ২৭ এপ্ৰিলত হাগ্ৰামা মহিলাৰীৰ শাসনভাৰৰ সময়সীমা উকলি যাব আৰু ২৭ এপ্ৰিলৰ পাছৰ পৰাই ৰাজ্যপালৰ শাসন দাবী কৰিছে গণ সুৰক্ষা পাৰ্টিয়ে।

Apply Now

গণ সুৰক্ষা পাৰ্টিৰ লগতে অবড়ো সুৰক্ষা মঞ্চৰ আৰু সাংসদ নৱ কুমাৰ শৰণীয়াই বি টি চিত ৰাজ্যপালৰ শাসন বিচাৰি প্ৰধান মন্ত্ৰী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী, মুখ্য মন্ত্ৰী আৰু ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে বুলি নৰ্থ-ইষ্ট নাওক জনায় গণ সুৰক্ষা পাৰ্টিৰ সভাপতি ব্ৰজেন মহন্তই।

আনহাতে, ব্ৰজেন মহন্তই সাংসদ বিশ্বজ্যিৎ দৈমাৰীকো সমালোচনা কৰে।

বিশ্বজ্যিৎ দৈমাৰীয়ে সাংসদৰ মৰ্যাদা ৰক্ষা কৰিব পৰা নাই বুলি উল্লেখ কৰি দৈমাৰীয়ে অন্য এজন সাংসদক উদ্দেশ্য কৰি যিধৰণে আবোল-তাবোল বকে সেয়া গৰিহণাৰ পাত্ৰ বুলিও মহন্তই লগতে কয়।

‘‘তেওলোকে ষষ্ঠ অনুসূচীক দোহাই দি তেওলোকে বিটিচি পৰিষদকে বৃদ্ধি কৰাৰ কথা কৈছে  কিন্তু ষষ্ঠ অনুসূচীত কোনো তেনে ধৰণৰ কথা নাই ‘’ ব্ৰজেন মহন্তই উল্লেখ কৰে।

তদুপৰি, ২৭ এপ্ৰিলৰ পিছত যদি ৰাজ্যপালৰ শাসন নিদি বিটিচি পৰিষদীয় চৰকাৰ খনৰ কাৰ্যকাল বৃদ্ধি কৰা হয় তেন্তে বিটিচি অঞ্চলৰ কোনো ৰাইজে এই কথা মানি ল’ব নোৱাৰে ।ইয়াৰ বিৰুদ্ধে ৰাইজে বিদ্ৰোহ ঘোষণা কৰিব বুলিও ব্ৰজেন  মহন্তই মত প্ৰকাশ কৰে ।

লকডাউন ভংগ কৰি বি পি এফে গণ সমাবেশ পাতিছে বুলি অভিযোগ কৰে মহন্তয়।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd