• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই বিপদ মাতিছে ব্ৰহ্মপুত্ৰৰ শিহুলৈ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
October 5, 2018 8:57 pm
GangesRiver_dolphin
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিমধ্যেই বিলুপ্তিৰ দুৱাৰদলিত থকা ব্ৰহ্মপুত্ৰৰ শিহুৰ অস্তিত্বলৈ অশনি সংকেত আনিছে প্ৰায় নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই।

বিগত ২৫ বছৰত সম্পন্ন কৰা জৰীপৰ পৰা জনা গৈছে যে সোৱণশিৰি নদীত এই প্ৰাণীবিধৰ আবাদী হ্ৰাস পাইছে। ঘাইকৈ মাংস আৰু তেলৰ বাবে কৰা চোৰাং চিকাৰৰ বাবে শিহুৰ আবাদী হ্ৰাস পাই আহিছে।

Apply Now

উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ শিহু (Platanista gangetica) অকল গংগা, মেঘনা, কৰ্ণফুলি আৰু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহতহে উপলব্ধ। অসমত এই প্ৰজাতিটোৰ শিহু কেবল ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ কুলসী (কামৰূপ জিলা) আৰু সোৱণশিৰি (লখিমপুৰ জিলা)নদীতহে পোৱা যায়।

সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰৰ দীৰ্ঘতম উপনৈ (৪৪৩ কি:মি:) ই তিব্বতৰ পৰা অৰুণাচল হৈ গেৰুকামুখৰ ওচৰেৰে অসমত প্ৰৱেশ কৰিছে। প্ৰকৃতি সংৰক্ষণৰ হকে আন্তৰ্জাতিক সন্থা (IUCN)ৰেড লিষ্টত থকা এই শিহু সোৱণশিৰিৰ কাতোৰি চাপৰিৰ পৰা বোধাকোৰা, বোধাকোৰাৰ পৰা শোলমাৰি, শোলমাৰিৰ পৰা বৰলীয়া আৰু বৰলীয়াৰ পৰা শিলিখাগুৰি— এই চাৰিটা খণ্ডত বাস কৰে।

ব্ৰহ্মপুত্ৰ নদী বৰ্তমান এই শিহুবিধৰ একমাত্ৰ আশ্ৰয়স্থল হৈ পৰিছে। কিন্তু নিৰ্মীয়মান গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই ব্ৰহ্মপুত্ৰৰ শিহুৰ আবাদী হ্ৰাস কৰি প্ৰজাতিটোৰ আবাদী হ্ৰাস কৰাৰ লগতে ইয়াৰ বিচৰণভূমি সংকুচিত কৰি আনিব।

এই প্ৰকল্পটোৰ প্ৰভাৱে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ কেইটাৰ পৰা প্ৰজাতিটোৰ সম্পূৰ্ণ বিলুপ্তি ঘটাব বুলি এগৰাকী বন্যপ্ৰাণী কৰ্মীয়ে আঙুলিয়াই দিছে।

সোৱণশিৰিৰ পৰা ব্ৰহ্মপুত্ৰৰ শিহুক সুৰক্ষা প্ৰদান কৰাৰ বাবে শক্তিশালী প্ৰচাৰ অভিযান আৰু সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ প্ৰযোজন আহি পৰিছে।

আৰণ্যকে ‘ব্ৰহ্মপুত্ৰৰ শিহু গৱেষণা আৰু সংৰক্ষণ উদ্যোগ’ত(Gangetic Dolphin Research and Conservation Initiative) সোৱণশিৰিৰ পাৰে পাৰে  ২০১৪ৰ ১ৰ পৰা ৭ মাৰ্চলৈকে এটা ‘ডলফিন যাত্ৰা’ৰ আয়োজন কৰিছিল।

এই প্ৰচাৰ অভিযানত  বদতি, দহঘৰীয়া, বৰদুবিচাং, আলিচিঙা, চেনীমৰা, ভলুকাগুৰি, যুগলপুৰ, কাতোৰি চাপৰি আৰু ম’হঘুলি গাঁৱত শিহুৰ ওপৰত সচেতনতা শিবিৰৰ আয়োজন কৰা হৈছিল।

ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd