• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিস্ফোৰণৰ ৪৮ ঘণ্টাৰ পিছতো অব্যাহত আছে বাঘজান তেলখাদৰ তেল-গেছ নিৰ্গমণ, শিহুকে ধৰি বিভিন্ন প্ৰাণীৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
May 29, 2020 4:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৭ মে’ত বিস্ফোৰণ সংঘটিত হোৱা ডিব্ৰু–ছৈখোৱাৰ সমীপৰ অইল ইণ্ডিয়া লিমিটেডৰ ৫নং বাঘজান তেলখাদৰ পৰা এতিয়াও অহৰহভাৱে খাৰুৱা তেল আৰু গেছ নিগৰ্ত হৈ আছে।

খাৰুৱা তেল আৰু গেছ অঞ্চলটোৰ লগতে ইয়াৰ দাঁতি-কাষৰীয়া ঠাইলৈ বিয়পী পৰাৰ ফলত গছ-গছনিৰ উপৰি বহু জীৱ-জন্তুৰ মৃত্যু হোৱাৰ খবৰ আহিছে।

Apply Now

আজি পুৱা তেলখাদটোৰ সমীপতে থকা বিখ্যাত মাগুৰি মতাপুং বিলত বহু মাছৰ লগতে এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ শিহু মৃত অৱস্থাত উদ্ধাৰ হয়।

উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ বাঘজানত থকা উক্ত তেলখাদটো ডিব্ৰু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ পৰা মাত্ৰ ১.১০৮ কিঃ মিঃ দূৰত্বত অৱস্থিত। ফলত এই ঘটনাই উদ্যানৰ জীৱকূলৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।

ইপিনে তেল নিৰ্গত হৈ থকা অঞ্চলটোৰ পৰা এই পৰ্যন্ত ৫০০তকৈ অধিক পৰিয়ালক অন্য স্থানলৈ আঁতৰাই নিয়া হৈছে এক স্থানীয় সূত্ৰত প্ৰকাশ।

২৭ মে’ৰ দিনৰ প্ৰায় ১০.৩০ বজাত উক্ত বিস্ফোৰণটো সংঘটিত হৈছিল। এক সূত্ৰৰ মতে, ঘটনা সংঘটিত হোৱা খাদটো অইলৰ এটা উচ্চ চাপৰ গেছৰ খাদ। ধাৰণা কৰা হৈছে ঠিকাদাৰে অপাৰেশ্যন আৰু অ’পাৰেটিঙৰ অৱহেলাৰ বাবেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হ’বলৈ পালে।

লগতে পঢ়ক ডিব্ৰু-ছৈকোৱাৰ সমীপৰ বাঘজানত অইলৰ তৈল ক্ষেত্ৰৰ এক খাদত সংঘটিত হৈছে বিস্ফোৰণ

উক্ত বিস্ফোৰণৰ পিছতে প্ৰতিষ্ঠানটোৱে এক বিজ্ঞপ্তি যোগে ঘটনাটো সংঘটিত হোৱাৰ লগে লগে খাদটোৰ কাম বন্ধ কৰি দিয়াৰ লগতে নিয়ন্ত্ৰণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা বুলি জনাইছিল যদিও ৪৮ ঘণ্টাৰ পিছতো পৰিস্থিতিৰ কোনোধৰণৰ উন্নতি ঘটা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘শিক্ষিত লোকে ভোট দিয়াৰ বাবেই হাৰিলো’, বাৰাণসীত বিধান পৰিষদৰ নিৰ্বাচনত পৰাজয়ৰ পিছত মন্তব্য যোগীৰ মন্ত্ৰীৰ

‘শিক্ষিত লোকে ভোট দিয়াৰ বাবেই হাৰিলো’, বাৰাণসীত বিধান পৰিষদৰ নিৰ্বাচনত পৰাজয়ৰ পিছত মন্তব্য যোগীৰ মন্ত্ৰীৰ

October 30, 2026 8:54 am
আলিংগনৰ এই খেলা! কেৱল সাৱটি ধৰিলেই দূৰ হৈ যাব বহু ৰোগ! প্ৰখৰ হ’ব স্মৃতিশক্তি

আলিংগনৰ এই খেলা! কেৱল সাৱটি ধৰিলেই দূৰ হৈ যাব বহু ৰোগ! প্ৰখৰ হ’ব স্মৃতিশক্তি

October 30, 2026 7:45 am
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

October 29, 2026 8:30 pm
মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

October 29, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘শিক্ষিত লোকে ভোট দিয়াৰ বাবেই হাৰিলো’, বাৰাণসীত বিধান পৰিষদৰ নিৰ্বাচনত পৰাজয়ৰ পিছত মন্তব্য যোগীৰ মন্ত্ৰীৰ

‘শিক্ষিত লোকে ভোট দিয়াৰ বাবেই হাৰিলো’, বাৰাণসীত বিধান পৰিষদৰ নিৰ্বাচনত পৰাজয়ৰ পিছত মন্তব্য যোগীৰ মন্ত্ৰীৰ

October 30, 2026 8:54 am
আলিংগনৰ এই খেলা! কেৱল সাৱটি ধৰিলেই দূৰ হৈ যাব বহু ৰোগ! প্ৰখৰ হ’ব স্মৃতিশক্তি

আলিংগনৰ এই খেলা! কেৱল সাৱটি ধৰিলেই দূৰ হৈ যাব বহু ৰোগ! প্ৰখৰ হ’ব স্মৃতিশক্তি

October 30, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd