• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশাখাপট্টমৰ একেটা কাৰখানাতে নিশা পুনৰ নিৰ্গত বিষাক্ত গেছ; খালী কৰা হৈছে ওচৰৰ গাঁওসমূহ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 8, 2020 7:32 am

1 min read

vizag-victims

আতংকিত লোক ঘৰ এৰি ওলাই আহিছে পথলৈ।

10.7k
VIEWS
Share on FacebookShare on Twitter

অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টমৰ ৰাসায়নিক কাৰখানাটোত বৃহস্পতিবাৰে নিশা পুনৰ গেছ নিৰ্গত হৈছে।

কেইঘন্টামানৰ ভিতৰতে পুনৰ গেছ নিৰ্গমনৰ এই ঘটনাই আতংকিত কৰি তুলিছে আশে-পাশে থকা গাঁওসমূহক।

আতংকিত হৈ পৰা লোকসকল ঘৰ এৰি পথলৈ ওলাই আহে।

অগ্নিনৰ্বাপক বাহিনীৰ লগতে নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফ’ৰ্চৰ এটি দলে কাষৰীয়া গাঁওসমূহৰ পৰা লোকসকলক নিৰাপদ স্থানলৈ নিয়াৰ কাম আৰম্ভ কৰে।

উদ্ধাৰকাৰী দলটোৱে ৰাসায়নিক কাৰখানাটোৰ তিনি কিলোমিটাৰৰ ভিতৰত থকা গাঁওসমূহ তাৎক্ষণিকভাৱে খালী কৰে।

পৰিস্থিতিৰ জটিলতালৈ লক্ষ্য কৰি এম্বুলেন্স প্ৰস্তুত কৰি ৰখা হৈছে।

অগ্নি নিৰ্বাপক বাহিনীয়ে কাৰাখানাটোৰ পৰা হৈ থকা গেছৰ নিৰ্গমন বন্ধ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখে।

উল্লেখ্য যে বৃহস্পতিবাৰে পুৱা ৰাসায়নিক এই কাৰখানাটোতে বিষাক্ত ষ্টেৰিন গেছ নিৰ্গত হোৱাৰ ফলত শিশুসহ ১১জন লোকৰ মৃত্যু হয়।

আনহাতে, হাস্পাতলত এক হাজাৰতকৈয়ো অধিক অসুস্থ হৈ পৰা লোক চিকিৎসাধীন হৈ আছে।

চিকিৎসাধীন অৱস্থাত থকা বহুকেইজন লোকৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে।

ৰাষ্ট্ৰসংঘই এই ঘটনাত উদ্বেগ প্ৰকাশ কৰি স্থানীয় কৰ্তৃপক্ষৰ দ্বাৰা সম্পূৰ্ণ তদন্তৰ পোষকতা কৰিছে।

ইপিনে, আৰক্ষীয়ে কাৰখানাটোৰ মালিকপক্ষৰ বিৰুদ্ধে এটা অপৰাধৰ গোচৰ ৰুজু কৰিছে।

Recent News

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

Norah fatehi

এইবাৰ কি কাৰণে এইদৰে ভাইৰেল হৈ পৰিছে নোৰাৰ ফটো?

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

coalmining-750x375

মেঘালয়ৰ কয়লা খনিত দুৰ্ঘটনাত নিহত অসমৰ ৬ শ্ৰমিক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd