DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিত দলং ভাঙি গেছ টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত; এজন নিহত

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
February 7, 2019 12:41 pm
Tanker accident
648
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনিত আজি এখন গেছ ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ এজন লোকে প্ৰাণ হেৰুৱাব লগা হয়। নিহত লোকজনক টেংকাৰখনৰ চালক গোপাল শৰ্মা (৫৩) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে আজি পুৱা প্ৰায় ৪:৩০ বজাত বঙাইগাঁৱৰ পৰা গুৱাহাটী হৈ তিনিচুকীয়ালৈ গেছ সৰবৰাহৰ বাবে গৈ থকা এ এছ ২৬ চি ৫১১০ নম্বৰৰ টেংকাৰখনে আমনিৰ আমতলত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা পকী দলঙৰ ৰেলিং ভাঙি দ’ খাৱৈত বাগৰি পৰে।

আনহাতে দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখনৰ পৰা গেছ নিৰ্গত হোৱা ঘটনাই কাষৰ অঞ্চলবাসীৰ মাজত তীব্ৰ উত্তেজনা সৃষ্টি কৰিছে। চামগুৰি আৰক্ষীয়ে খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ সমাগম ঘটা লোকসকলক নিৰ্দিষ্ট দূৰলৈ আঁতৰাই দিছে।

ইয়াৰ উপৰি প্ৰশাসনে সংশ্লিষ্ট কোম্পানীৰ লগত যোগাযোগ কৰিছে যদিও গুৱাহাটীৰ পৰা অইল কোম্পানীৰ কোনো মানুহ আহি নোপোৱাত টেংকাৰখনৰ পৰা বাতৰি লিখা পৰ্যন্ত গেছ নিৰ্গত হৈ থকা পৰিলক্ষিত হৈছে। অৱশ্যে দুৰ্ঘটনাস্থলীত যাতে কোনো অঘটন নঘটে আৰক্ষী প্ৰশাসনে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱা টেংকাৰখনৰ চালকগৰাকীৰ ঘৰ পশ্চিমবংগৰ কলিকতাত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

 

Recent News

Rape Guwahati

গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰ: অভিযুক্তক গ্ৰেপ্তাৰ

Guwahati Murder

ছয়গাঁৱত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd