• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদালত অৱমাননাৰ অপৰাধত অধিবক্তাক ৬ মাহৰ কাৰাদণ্ড গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2023 8:00 am
অধিবক্তা উৎপল গোস্বামী।

অধিবক্তা উৎপল গোস্বামী।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আদালত অৱমাননাৰ অপৰাধত দোষী সাব্যস্ত হোৱাৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে এজন অধিবক্তাক ৬মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।অৱশ্যে আদালতে কিছু চৰ্ত আৰোপ কৰি তেওঁৰ শাস্তি স্থগিত ৰাখে। কিন্তু অধিবক্তাজনে আদালতত জামিন বণ্ড দাখিল কৰিব লাগিব।

শেহতীয়াকৈ ন্যায়াধীশ কল্যাণ ৰায় সূৰানা আৰু দেৱাশীষ বৰুৱাৰ খণ্ড বিচাৰপীঠে অধিবক্তা উৎপল গোস্বামীক উচ্চ ন্যায়ালয়ৰ অধীনস্থ যিকোনো আদালতত ১৫ দিনৰ বাবে অধিবক্তা হিচাপে থিয় দিয়াত নিষেধাজ্ঞা আৰোপ কৰে।

লগতে পঢ়ক: বিফল হ’ল ধৰ্ষণৰ চেষ্টা : আত্মৰক্ষাৰ বাবে বেজৰ যৌনাংগ কাটিলে মৰিগাঁৱৰ যুৱতীয়ে

Apply Now

১৯৭১ চনৰ আদালত অৱমাননা আইনখনৰ ১৪ নং ধাৰাত অধিবক্তাজনৰ বিৰুদ্ধে অপৰাধমূলক অৱজ্ঞাৰ অভিযোগ উত্থাপন কৰা হৈছে।

দুজন ন্যায়াধীশৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰে, “উত্তৰদাতা-অৱমাননাকাৰীয়ে সংশ্লিষ্ট বিদ্বান ন্যায়িক বিষয়াজনৰ সততা আৰু নিৰপেক্ষতাৰ ওপৰত ভিত্তিহীন কটু আক্ৰমণ কৰাই নহয়, উক্ত ন্যায়িক বিষয়াজনৰ চৰিত্ৰহননৰ কামো আৰম্ভ কৰিছিল। তদুপৰি, আবেদনকাৰীয়ে বাছনি প্ৰক্ৰিয়াৰ পবিত্ৰতাক লৈ প্ৰশ্ন উত্থাপন কৰি ন্যায়িক বিষয়াৰ বাছনি প্ৰক্ৰিয়াৰ ওপৰত অৱমাননামূলক মন্তব্য কৰিও এই আদালতক আক্ৰমণ কৰিছিল।”

ইয়াৰ পূৰ্বে গোস্বামীয়ে এখন আৱেদন দাখিল কৰিছিল, যিখন আবেদন এতিয়াও  যোৰহাট জিলাৰ অতিৰিক্ত জিলা ন্যায়াধীশ আদালতৰ সন্মুখত বিচাৰাধীন হৈ আছে।

লগতে পঢ়ক: জোকৰ মুখত চূণ! প্ৰধান মন্ত্ৰীক উদ্দেশ্যি কি লিখিলে প্ৰাক্তন আই পি এছ বিষয়াই?

গোস্বামীয়ে আবেদনখনত উল্লেখ কৰিছে যে, “অতিৰিক্ত জিলা ন্যায়াধীশগৰাকীয়ে ৰেম্পত মডেলৰ দৰে গহনা পিন্ধি আদালতৰ অধ্যক্ষতা কৰি আহিছে আৰু প্ৰতিটো ক্ষেত্ৰতে তেওঁ অধিবক্তাৰ কথা নুশুনি অপ্ৰয়োজনীয় গোচৰ আইন আৰু বিধিৰ ধাৰাসমূহৰ উদ্ধৃতি দি অধিবক্তাসকলক চাপ দিবলৈ/হতাশ কৰিবলৈ চেষ্টা কৰে আৰু আদালত কক্ষ নিয়ন্ত্ৰণৰ চেষ্টা কৰে।”

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে বিশ্বাস কৰে যে এই মন্তব্যই দেশজুৰি আন অধিবক্তাসকলক তেওঁলোকৰ স্বাৰ্থৰ বিপৰীতে কোনো সিদ্ধান্ত লোৱাৰ সময়ত ন্যায়াধীশক অপমান আৰু ভাবুকি দিবলৈ অনুপ্ৰাণিত কৰিব।

লগতে পঢ়ক: চাণক্য নীতি: শত্ৰুতকৈও ভয়ংকৰ এইবোৰ মানুহ; ভুলতো তেওঁলোকৰ সহায় নল’ব!

অৱশ্যে দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে অধিবক্তাগৰাকীক এক লাইফলাইনো প্ৰদান কৰে। তেওঁলোকে এই চৰ্তত কাৰাদণ্ডৰ শাস্তি স্থগিত ৰাখে যে অহা চাৰি বছৰত যদি পুনৰ আদালত অৱমাননাৰ গোচৰত দোষী সাব্যস্ত হয়, তেন্তে তেওঁ কাৰাদণ্ড ভুগিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd