• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আইকন কমাৰ্চ কলেজৰ নিলম্বিত প্ৰবক্তা পাপৰি বেনাৰ্জীলৈ উচ্চ ন্যায়ালয়ৰ অগ্ৰীম জামিন

অনির্বান পাঠক by অনির্বান পাঠক
March 2, 2019 7:27 pm
প্ৰবক্তা পাপৰি বেনাৰ্জী। ফটো ফেচবুকৰ পৰা সংগৃহীত

প্ৰবক্তা পাপৰি বেনাৰ্জী। ফটো ফেচবুকৰ পৰা সংগৃহীত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা দুটা সপ্তাহ ধৰি শুং-সূত্ৰ নাইকীয়া হৈ থকা আইকন কমাৰ্চ কলেজৰ সদ্য নিলম্বিত প্ৰবক্তা পাপৰি বেনাৰ্জীক গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি অন্তৰৱৰ্ত্তীকালিন অগ্ৰীম জামিন প্ৰদান কৰিছে।

উল্লেখযোগ্য যে যোৱা ১৪ ফেব্ৰুৱাৰিত পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত চ’চিয়েল মিডিয়াত দিয়া এক প’ষ্টক কেন্দ্ৰ কৰি প্ৰবক্তাগৰাকী বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল। ইয়াৰ পাছতেই তেওঁ যোৱা ১৭ ফেব্ৰুৱাৰিৰ পৰা সন্ধানহীন হৈ আছে।

Apply Now

ফে’চ বুকত আপলোড কৰা উক্ত প’ষ্টৰ জৰিয়তে ভাৰতীয় সেনাক অপমান কৰাৰ অভিযোগত তেওঁক আইকন কমাৰ্চ কলেজে নিলম্বিত কৰিছিল।

সন্ধানহীন হোৱাৰ এদিন পূৰ্বে অৰ্থাৎ ১৬ ফেব্ৰুৱাৰিত মহানগৰীৰ চানমাৰি আৰক্ষীয়ে তেওঁক মাতি নি সোধা-পোছাও কৰিছিল। লগতে তেওঁৰ মোবাইল ফোনটো পৰীক্ষাৰ বাবে আৰক্ষীয়ে ৰাখি থৈছিল।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে চানমাৰি থানাত ১৩২/১৩ নম্বৰত ভাৰতীয় দণ্ড বিধিৰ ৫০৫ আৰু তথ্য আৰু প্ৰযুক্তি আইনৰ ৬৬ নম্বৰ ধাৰাত এটা নিজাবৱীয়া গোচৰ ৰুজু কৰি ১৮ ফেব্ৰুৱাৰিত তেওঁক পুনৰ হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল। কিন্তু তেওঁ আজি পৰ্যন্ত থানাত হাজিৰ হোৱা নাই।

পাপৰি বেনাৰ্জীৰ পিতৃ বিমল বেনাৰ্জীয়ে নৰ্থ-ইষ্ট নাওক কিছুদিন পূৰ্বে জানিবলৈ দিছিল যে ঘৰৰ পৰা নাইকীয়া হোৱাৰ পাছত পৰিয়ালৰ লগত তেওঁৰ কোনোধৰণৰ যোগাযোগ হোৱা নাই। অৱশ্যে তেওঁ পুনৰ ঘৰলৈ উভতি আহিব বুলি দেউতাকে আশা প্ৰকাশ কৰিছিল।

ইপিনে, আজি চানমাৰি আৰক্ষীৰ তদন্তকাৰী বিষয়াগৰাকীয়ে পাপৰি বেনাৰ্জীয়ে শেহতীয়াভাৱে দিল্লীত থকাৰ তথ্য লাভ কৰা বুলি আমাক জানিবলৈ দিয়ে।

অনির্বান পাঠক

অনির্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd