• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ আৰু ইণ্টিগ্ৰেটেড এম কম পৰীক্ষা স্থগিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2022 8:14 pm
Gauhati University PG & Int. M. Com Exams
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছাত্ৰ-ছাত্ৰীৰ ব্যাপক প্ৰতিবাদৰ পিছত সকলো স্নাতকোত্তৰ ছেমিষ্টাৰ পৰীক্ষা আৰু ইণ্টিগ্ৰেটেড এম কম পৰীক্ষা অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিছে গুৱাহাটী বিশ্ববিদ্যালয়ে।

বিশ্ববিদ্যালয়ৰ দ্বাৰা জাৰি কৰা এখন জাননীৰ জৰিয়তে পৰীক্ষাৰ নিৰ্ধাৰিত তাৰিখ পিছত প্ৰকাশ কৰা হ’ব বুলি উল্লেখ কৰা হৈছে।

Apply Now

উল্লেখ্য যে পূৰ্বৰ সময়সূচী অনুসৰি ২৯ জানুৱাৰীৰ পৰা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছেমিষ্টাৰ পৰীক্ষা আৰু ইণ্টিগ্ৰেটেড এম কম অনুষ্ঠিত হোৱাৰ কথা আছিল।

কিন্তু এই সময়সূচীৰ বিৰুদ্ধে শিক্ষাৰ্থীসকলে অসন্তুষ্টি প্ৰকাশ কৰে আৰু বিশ্ববিদ্যালয় চৌহদত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

শিক্ষাৰ্থীসকল অভিযোগ কৰে যে বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহ পুনৰ আৰম্ভ হোৱা মাত্ৰ তিনি মাহ হৈছে আৰু পাঠ্যক্ৰম অসম্পূৰ্ণ হৈ থকাৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাটো যুক্তিসঙ্গত নহয়।

তদুপৰি বিশ্ববিদ্যালয়ৰ বিভাগসমূহত ক’ভিদ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাটো উচিত নহয় বুলিও দাবী কৰে শিক্ষাৰ্থীসকলে।

এই প্ৰতিবাদৰ পিছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰৱৰ্তী জাননী নোপোৱালৈকে পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

August 4, 2026 4:40 pm
মাজ আকাশত ৩০০ ফুট তললৈ নামিল এয়াৰ ইণ্ডিয়াৰ বিমান, তীব্ৰ টাৰ্বুলেন্সত আহত ১২ গৰাকী যাত্ৰী

মাজ আকাশত ৩০০ ফুট তললৈ নামিল এয়াৰ ইণ্ডিয়াৰ বিমান, তীব্ৰ টাৰ্বুলেন্সত আহত ১২ গৰাকী যাত্ৰী

August 4, 2026 4:00 pm
জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

August 4, 2026 1:44 pm
গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

August 4, 2026 4:40 pm
মাজ আকাশত ৩০০ ফুট তললৈ নামিল এয়াৰ ইণ্ডিয়াৰ বিমান, তীব্ৰ টাৰ্বুলেন্সত আহত ১২ গৰাকী যাত্ৰী

মাজ আকাশত ৩০০ ফুট তললৈ নামিল এয়াৰ ইণ্ডিয়াৰ বিমান, তীব্ৰ টাৰ্বুলেন্সত আহত ১২ গৰাকী যাত্ৰী

August 4, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd