• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যোৰহাটত মুখ থেকেচা গৌৰৱ গগৈৰ: কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছত এতিয়া কি হ’ব ৰণনীতি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:25 am
80
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটৰ আশানুৰূপ ফলাফল লাভ নকৰাত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে আনুষ্ঠানিকভাৱে পৰাজয় স্বীকাৰ কৰে। যোৰহাট সংসদীয় সমষ্টিৰ পৰা নিজেও পৰাজিত হোৱা গগৈয়ে এক বিবৃত্তিযোগে ৰাইজৰ জনদেশক বিনম্ৰতাৰে গ্ৰহণ কৰাৰ লগতে বিধানসভাত এজন দায়বদ্ধ বিৰোধীৰ ভূমিকা পালন কৰাৰ দৃঢ় অংগীকাৰ কৰে। নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পাছতে ৰাজ্যিক কংগ্ৰেছৰ শিবিৰত এক হতাশাজনক পৰিৱেশে বিৰাজ কৰিলেও গগৈয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি দলটোক পুনৰুজ্জীৱিত কৰাৰ ইংগিত প্ৰদান কৰিছে।

এপাচিচিৰ সভাপতি হিচাপে গৌৰৱ গগৈয়ে স্পষ্ট কৰে যে এই নিৰ্বাচনী বিপৰ্যয়ৰ নৈতিক দায়িত্ব তেওঁৰ ওপৰত। তেওঁ কয় যে যদিও তেওঁলোকে চৰকাৰ গঠনৰ লক্ষ্যৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল, তথাপিও ৰাইজে তেওঁলোকক যি মৰ্যাদা প্ৰদান কৰিছে তাক তেওঁলোকে শ্ৰদ্ধাৰে সন্মান জনাইছে। কংগ্ৰেছ মিত্ৰজোঁটৰ এই পৰাজয়ে ৰাজ্যখনত দলটোৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামক অধিক তীব্ৰতৰ কৰি তুলিছে বুলি ধাৰণা কৰা হৈছে। গগৈয়ে উল্লেখ কৰে যে আগন্তুক দিনত দলৰ ভিতৰচ’ৰাত পৰাজয়ৰ কাৰণসমূহ গভীৰভাৱে মন্থন কৰা হ’ব আৰু পুনৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

Apply Now

চৰকাৰৰ প্ৰতি তেওঁৰ মনোভাৱ সন্দৰ্ভত গগৈয়ে জনায় যে এক সবল বিৰোধী হিচাপে তেওঁলোকে বিধানসভাত ৰাইজৰ হকে মাত মাতি যাব। চৰকাৰৰ জনকল্যাণমূলক কামত তেওঁলোকে সহযোগিতা আগবঢ়াব, কিন্তু ৰাইজৰ স্বাৰ্থবিৰোধী যিকোনো নীতি বা পদক্ষেপৰ বিৰুদ্ধে তেওঁলোকৰ সংগ্ৰাম সদায় অব্যাহত থাকিব। এই নিৰ্বাচনী যুঁজত দলীয় কৰ্মীসকলে আগবঢ়োৱা ত্যাগ আৰু নিৰন্তৰ প্ৰচেষ্টাক তেওঁ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁৰ মতে, কৰ্মীসকলৰ অবিচলিত বিশ্বাস আৰু নিষ্ঠাই দলটোৰ শক্তিৰ আধাৰ।

নিৰ্বাচনত বিজয় সাব্যস্ত কৰা প্ৰাৰ্থীসকলক অভিনন্দন জনাই গগৈয়ে আশা প্ৰকাশ কৰে যে নতুন চৰকাৰখনে অসমৰ শান্তি, সমৃদ্ধি আৰু উন্নয়নৰ বাবে নিষ্ঠাৰে কাম কৰিব। ইফালে, নিজৰ ৰাজনৈতিক ভৱিষ্যত তথা দলীয় পদবীৰ সন্দৰ্ভত তেওঁ কয় যে কংগ্ৰেছ হাইকামাণ্ডে তেওঁক যি দায়িত্ব অৰ্পণ কৰিব, সেয়া পালন কৰিবলৈ তেওঁ সদায় প্ৰস্তুত। বৰ্তমান ৰাজ্যখনত চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত গৌৰৱ গগৈৰ এই স্থিতিয়ে ৰাজনৈতিক মহলত বিশেষ তাৎপৰ্য বহন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

July 15, 2026 8:23 am
কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

July 15, 2026 7:27 am
ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

July 15, 2026 8:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd