• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিত্ৰজোঁটক অংগুষ্ঠঃ ৰাজ্যৰ ১২ খন আসনতে প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

যোৰহাটত গৌৰৱ, টিকট বঞ্চিত আব্দুল খালেক; ডিব্ৰুগড় লুৰিণলৈ! 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2024 8:16 pm
Congress Lok Sabha seats
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত অসমত অন্ত পৰিল বিৰোধী মিত্ৰজোঁটৰ চৰ্চা। ৰাজ্যৰ ১২ খন লোকসভা আসনতে প্ৰাৰ্থী ঘোষণা কৰিলে কংগ্ৰেছে। কেৱল মাত্ৰ ডিব্ৰুগড় আৰু লখিমপুৰ লোকসভা আসনত প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ পৰা বিৰত থাকিল দলটো।

ঘোষিত প্ৰাৰ্থী তালিকা অনুসৰি, চলি থকা চৰ্চাৰ দৰেই যোৰহাট লোকসভা আসনৰ পৰা দলটোৰ প্ৰাৰ্থী হ’ব গৌৰৱ গগৈ। সেইদৰে নগাঁৱৰ পৰা প্ৰদ্যুত বৰদলৈ, ধুবুৰীৰ পৰা ৰকিবুল হুছেইনক প্ৰদান কৰা হৈছে প্ৰাৰ্থীত্ব।

Apply Now

গুৱাহাটীৰ পৰা মীৰা বৰঠাকুৰ, কোকৰাঝাৰৰ পৰা গৰ্জন মুছাহাৰী, দৰং ওদালগুৰিৰ পৰা মাধৱ ৰাজবংশী, কাজিৰঙাৰ পৰা ৰৌজলিনা তিৰ্কী, বৰপেটাৰ পৰা দ্বীপ বায়ন, তেজপুৰৰ পৰা প্ৰেমলাল গঞ্জুৱে প্ৰতিদ্বন্দিতা আগবঢ়াব।

আনহাতে হাফিজ ৰচিদ চৌধুৰীক কৰিমগঞ্জৰ পৰা, সূৰ্য কান্ত চৰকাৰক শিলচৰৰ পৰা আৰু জয়ৰাম ইংলেঙক কাৰ্বি আংলঙৰ পৰা টিকট প্ৰদান কৰিছে কংগ্ৰেছে।

লক্ষণীয়ভাৱে বৰপেটাৰ বৰ্তমানৰ সাংসদ আব্দুল খালেকক প্ৰাৰ্থীত্ব প্ৰদান নকৰিলে দলটোৱে। এই ১২ টা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে কেৱল মাত্ৰ ডিব্ৰুগড় আৰু লখিমপুৰ লোকসভা আসন মিত্ৰজোঁটৰ আন অংশীদাৰসকললৈ এৰি দিয়ে।

এনে পৰিপেক্ষিতত জল্পনা-কল্পনা চলি থকাৰ দৰেই অসম জাতীয় পৰিষদৰ লুৰিনজ্যোতি গগৈয়ে ডিব্ৰুগড় লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। সমান্তৰালকৈ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাই ৰাজ্যত মিত্ৰজোঁট ভংগৰ ফালেও ঠেলি দিছে।

বিশেষকৈ বৰপেটা সমষ্টিৰ পৰা টিকট প্ৰত্যাশী চিপিআই এমৰ মনোৰঞ্জন তালুকদাৰে প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পিছতে বিষোদগাৰ প্ৰকাশ কৰিছে। আনুষ্ঠানিকভাৱে আজি মিত্ৰজোঁট ভংগ হোৱা বুলি মন্তব্য কৰিছে বাওঁ নেতাগৰাকীয়ে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd