• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাৰ আদালতত উৎকোচৰ গোচৰৰ পৰা হাত সাৰিবলৈ ট্ৰাম্প প্ৰশাসনৰ দ্বাৰস্থ আদানী গ্ৰুপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 5, 2025 3:16 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বছৰ আদানী গ্ৰুপৰ বিৰুদ্ধে উৎকোচৰ অভিযোগত আমেৰিকাৰ আদালতত গোচৰ ৰুজু হৈছিল। এই গোচৰৰ পৰা সকাহ পাবলৈ আদানী গ্ৰুপে ট্ৰাম্প প্ৰশাসনৰ কাষ চাপিছে। ভাৰতীয় কোটিপতি গৌতম আদানীৰ প্ৰতিনিধি আৰু আদানী গ্ৰুপৰ বিষয়াসকলে শেহতীয়াকৈ ট্ৰাম্প প্ৰশাসনৰ বিষয়াসকলৰ সৈতে সাক্ষাৎ কৰে।

দেওবাৰে ব্লুমবাৰ্গৰ এক প্ৰতিবেদনত এই বৈঠকৰ বিষয়টো প্ৰকাশ পাইছে। ব্লুমবাৰ্গে এই প্ৰতিবেদন প্ৰকাশ কৰাৰ লগতে বিষয়টোৰ সৈতে পৰিচিত লোকৰ বক্তব্যও প্ৰকাশ কৰে।

Apply Now

যোৱা বছৰৰ নৱেম্বৰ মাহত গৌতম আদানীকে ধৰি আদানী গ্ৰুপৰ কেইবাজনো সদস্যৰ বিৰুদ্ধে আমেৰিকাৰ আদালতত গোচৰ ৰুজু হৈছিল। অভিযোগ উত্থাপন হৈছিল যে আদানী গ্ৰুপে ভাৰতত বিদ্যুৎ যোগানৰ চুক্তিৰ বাবে উৎকোচ দিছিল আৰু আমেৰিকাৰ বিনিয়োগকাৰীক বিপথে পৰিচালিত কৰি ধন সংগ্ৰহ কৰিছিল।

এই গোচৰত আমেৰিকাৰ আদালতে গৌতম আদানী আৰু তেওঁৰ ভতিজা সাগৰ আদানীকো চমন কৰে। ইউনাইটেড ষ্টেটছ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনেও এক সুকীয়া গোচৰ তৰে। এই তদন্ত আৰম্ভ হৈছিল বাইডেন প্ৰশাসনৰ সময়ত। ইয়াক ৰোধ কৰিবলৈ আদানী গ্ৰুপে ট্ৰাম্প প্ৰশাসনৰ কাষ চাপিছে।

ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি আদানি গ্ৰুপৰ প্ৰতিনিধিয়ে কয় যে এই গোচৰৰ সৈতে ট্ৰাম্প প্ৰশাসনৰ নীতিগত অগ্ৰাধিকাৰৰ কোনো সম্পৰ্ক নাই। সেয়েহে এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা এই গোচৰত আদানী গ্ৰুপে নিষ্পত্তি কৰিবলৈ চেষ্টা চলাই আহিছে। এই বৈঠক তাৰেই ফল বুলি কোৱা হৈছে। অৱশ্যে আদানি গ্ৰুপ, হোৱাইট হাউছ আৰু ন্যায় বিভাগৰ প্ৰতিনিধিয়ে বৈঠক সন্দৰ্ভত ব্লুমবাৰ্গৰ প্ৰতিবেদন সম্পৰ্কচ কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

September 20, 2026 11:09 am
বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026 9:50 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am
ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

September 20, 2026 8:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

September 20, 2026 11:09 am
বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026 9:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd