• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক্ৰিকেট ষ্টেডিয়ামত সুৰা নিষিদ্ধ কৰাৰ দাবী প্ৰাক্তন অপেনিং বেটছমেন গৌতম গম্ভীৰৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 12, 2021 5:39 pm

1 min read

Gautam-Gambhir-Facts-in-Hin

প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ।

114
VIEWS
Share on FacebookShare on Twitter

ক্ৰিকেট ষ্টেডিয়ামত সুৰা তথা এলকোহল যুক্ত সামগ্ৰী নিষিদ্ধ কৰাৰ বাবে আহ্বান জনাইছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনিং বেটছমেন গৌতম গম্ভীৰে।

ছিডনী টেষ্টত সুৰাসক্ত অষ্ট্ৰেলিয়ান দৰ্শকে ভাৰতীয় ক্ৰিকেটাৰক উদ্দেশ্যি বৰ্ণবিদ্বেষী মন্তব্য কৰাৰ পাছতে এনেদৰে মত প্ৰকাশ কৰে গৌতম গম্ভীৰে।

‘‘সুৰাপানৰ পাছত ক্ৰিকেটৰ দৰ্শৰ আচাৰ-ব্যাৱহাৰত বৃহৎ পৰিৱৰ্তন আহে,’’ গৌতম গম্ভীৰে লগতে কয়।

আনহাতে, প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৰাকীয়ে ছিডনী টেষ্টত ভাৰতীয় ক্ৰিকেটাৰক উদ্দেশ্যি বৰ্ণবিদ্বেষী মন্তব্য প্ৰকাশ কৰা দৰ্শকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী জনায়।

উল্লেখযোগ্য যে, ছিডনী দ্বিতীয় দিনৰ খেলৰ অন্তত অষ্ট্ৰেলিয়ান ক্ৰিকেট দলৰ সমৰ্থকে ভাৰতীয় দলৰ বেগী বলাৰ মহম্মদ চিৰাজ আৰু জাচপ্ৰীত বুমৰাহক উদ্দেশ্যি বান্দৰ বুলি মন্তব্য কৰিছিল।

দৰ্শকৰ গেলাৰীৰ পৰা বাৰে বাৰে এনেধৰণৰ মন্তব্য অহাৰ পাছত মহম্মদ চিৰাজে ফিল্ড আম্পায়াৰক এই সম্পৰ্কে অভিযোগ কৰে।

পৰৱৰ্তী সময়ত ষ্টেডিয়ামত উপস্থিত থকা সুৰক্ষা বাহিনীৰ লোকে বহু কেইগৰাকী দৰ্শকক ষ্টেডিয়ামৰ পৰা বাহিৰ কৰি দিয়ে।

Recent News

a mam

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd