• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাৰ্যকালৰ আৰম্ভণিতেই অস্বস্তিত গৌতম গম্ভীৰ! গম্ভীৰৰ পছন্দৰ ফিল্ডিং কোচৰ আবেদন নাকচ কৰিলে বিচিচিআইয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 12, 2024 11:10 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় দলৰ প্ৰশিক্ষক গৌতম গম্ভীৰে নিজৰ কাম আৰম্ভ কৰিছে।গম্ভীৰে বেটিং, বলিং আৰু ফিল্ডিং প্ৰশিক্ষকক বাছি ল’ব। কিন্তু ব’ৰ্ডে গম্ভীৰে দিয়া ফিল্ডিং প্ৰশিক্ষকৰ নাম নাকচ কৰিছে। শুনা গৈছে যে সহায়কক বাছনি কৰাৰ ক্ষেত্ৰত গম্ভীৰক এই চৰ্ত দিয়া হৈছে।

টি-২০ বিশ্বকাপ জয় কৰাৰ পাছত ৰাহুল দ্ৰাবিড়ে দায়িত্ব এৰি দিলে। গম্ভীৰক তেওঁৰ ঠাইত প্ৰশিক্ষকৰ দায়িত্ব দিয়া হৈছে। কিন্তু এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই যে তেওঁৰ সহায়ক কোন হ’ব। শুনা গৈছে যে জনন্টি ৰোডছক ফিল্ডিং প্ৰশিক্ষক হিচাপে নাম প্ৰস্তাৱ কৰা হৈছিল। কিন্তু ব’ৰ্ডে গ্ৰহণ কৰা নাছিল। সূত্ৰৰ পৰা জানিব পৰা মতে, ব’ৰ্ডে গম্ভীৰৰ সহায়ক হিচাপে ভাৰতীয় প্ৰশিক্ষক বিচাৰিছে।

দ্ৰাবিড়ৰ সহায়ক আছিল বিক্ৰম ৰাথোড়, বলিং প্ৰশিক্ষক পৰাছ মাৱৰ আৰু ফিল্ডিং প্ৰশিক্ষক টি দিলিপ। সকলোৰে কাৰ্যকাল উকলি গৈছে। দ্ৰাবিড়ৰ দৰে গম্ভীৰৰ সকলো সহায়কো ভাৰতীয় হোৱাটো ব’ৰ্ডে বিচাৰে। সেই ক্ষেত্ৰত যদি ব’ৰ্ডে বিচাৰে তেন্তে টি ডিলিপক ফিল্ডিং কোচ হিচাপে দায়িত্ব দিব পাৰি।

Apply Now

দ্ৰাবিড়ৰ কৰ্তব্য এৰি দিয়াৰ পাছত ব’ৰ্ডে ৰোহিত শৰ্মাৰ নেতৃত্বাধীন মুখ্য প্ৰশিক্ষক হিচাপে এজন ভাৰতীয় বিচাৰিছিল। এইবাৰ জয় শ্বাহে ভাৰতীয়কে তেওঁৰ সহায়ক হিচাপে বিচাৰে। অৱশ্যে গম্ভীৰক দায়িত্ব কৰাৰ সময়ত ব’ৰ্ডে কয় যে তেওঁ যিসকলক বাছি ল’ব তেওঁলোকক দায়িত্ব দিয়া হ’ব। কিন্তু বিদেশী প্ৰশিক্ষক বিচৰাৰ পাছত ব’ৰ্ডে তেওঁৰ আবেদন নাকচ কৰে। ইয়াৰ আগতে দ্ৰাবিড় আৰু ৰবি শাস্ত্ৰীয়ে সহায়ক হিচাপে বিচৰাসকলক পাইছিল।

বিশ্বকাপ জয় কৰা দল এটাৰ দায়িত্ব গ্ৰহণ কৰিছে গম্ভীৰে। ফলত গম্ভীৰৰ কাম কঠিন। কাৰণ সমৰ্থকসকলে আশা কৰিব যে দলটোৱে আগন্তুক খিতাপ দখল কৰিব। ২০২৭ চনলৈকে তেওঁক দায়িত্ব দিয়া হৈছে। অহা বছৰত আছে চেম্পিয়নছ ট্ৰফী। ইয়াৰ পাছত আৰু এখন টি-২০ বিশ্বকাপ খেলা হ’ব। ২০২৭ চনত এদিনীয়া বিশ্বকাপ আছে। ইয়াৰ উপৰিও অহা বছৰ ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপো হ’ব। ক্ৰিকেটাৰ হিচাপে টি-২০ আৰু এদিনীয়া বিশ্বকাপ বিজয়ী গম্ভীৰক প্ৰশিক্ষক হিচাপে একাধিক ট্ৰফী লাভ কৰিব বিচাৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd